ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

‘কাশ্মীৰ ফাইলছ’ সন্দৰ্ভত মন্তব্য, কেজৰিৱালৰ বাসগৃহত আক্ৰমণ গেৰুৱা বাহিনীৰ!

নিউজ ডেস্কঃ

News Desk by News Desk
March 30, 2022
Reading Time: 1 min read
A A
0
‘কাশ্মীৰ ফাইলছ’ সন্দৰ্ভত মন্তব্য, কেজৰিৱালৰ বাসগৃহত আক্ৰমণ গেৰুৱা বাহিনীৰ!

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ সন্দৰ্ভত মন্তব্যৰ প্ৰভাৱ। বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আক্ৰমণ চলালে বিজেপিৰ কৰ্মী-সমৰ্থকে। জানিব পৰা মতে আজি পুৱাৰ ভাগতে কেজৰিৱালৰ ঘৰৰ সন্মুখত উপস্থিত হয় বিজেপিৰ কৰ্মী-সমৰ্থকৰ এটি দল।

কাশ্মীৰ ফাইলছতেওঁলোকৰ নেতৃত্বত আছিল বিজেপি নেতা তেজস্বী সূৰ্য। উক্ত আক্ৰমণৰ ঘটনাত কেজৰিৱালৰ বাসগৃহৰ মূল প্ৰবেশদ্বাৰ আৰু পথত লগোৱা চিচি টিভি কেমেৰা ৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।

কেজৰিৱালৰ বাসগৃহত

আৰক্ষী সূত্ৰ মতে, বুধবাৰে পুৱা ১১ বজাত বিজেপি নেতা তেজস্বী সূৰ্যৰ নেতৃত্বত বিজেপি যুৱ মৰ্চাৰ এটি দলে দিল্লীৰ আই পি কলেজৰ সন্মুখৰ পৰা বিক্ষোভ প্ৰদৰ্শন কৰি কেজৰিৱালৰ বাসগৃহ অভিমুখে যাত্ৰা কৰে।

The Kashmir Files

তেওঁলোকে ‘কাশ্মীৰ ফাইলছ’ সন্দৰ্ভত কেজৰিৱালে দিল্লী বিধানসভাৰ মজিয়াত কৰা মন্তব্যৰ বিৰোধিতা কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছিল। ইয়াৰ পিছতে দুপৰীয়া ডেৰ বজাত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখৰ বেৰিকেড ভাঙি প্ৰৱেশদ্বাৰৰ ক্ষতিসাধন কৰে আৰু মূল দৰ্জাত গেৰুৱা ৰং ছটিয়াই দিয়ে।

উক্ত ঘটনাৰ তীব্ৰ গৰিহণা দিছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোডিয়াই।

Tags: The Kashmir Filesকাশ্মীৰ ফাইলছ
Share4Tweet3Send

Related Posts

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ
National-International

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

by News Desk
May 21, 2026
50
Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও
National-International

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

by News Desk
May 21, 2026
50
One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ
National-International

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

by Staff Reporter
May 21, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব

by Staff Reporter
May 21, 2026
50
Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা
National-International

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

by Staff Reporter
May 21, 2026
50
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

by News Desk
May 20, 2026
50
ADVERTISEMENT
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

May 21, 2026
50
‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ
National-International

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

May 21, 2026
50
Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা
DIPHU

Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

May 21, 2026
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

May 21, 2026
‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx