ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত কংগ্রেছ, অগপ,এ আই ইউ ডি এফ ত্যাগ কৰি বিজেপিত যোগদান সহস্রাধিকৰ

ASSAM TIMES POST by ASSAM TIMES POST
October 4, 2019
Reading Time: 1 min read
A A
0
নগাঁৱৰ হৰিজন কলনিৰ বাসিন্দাক শাৰদীয় শুভেচ্ছা বিধায়ক ৰূপক শৰ্মাৰঃ দুই শতাধিক মহিলা চাফাই কৰ্মীক পূজাৰ উপহাৰ

বিজেপি দলত সম মৰ্যাদা আৰু সম অধিকাৰ প্রদান কৰা হয় : বিধায়ক ৰূপক শৰ্মা
ASSAM TIMES POST
নগাঁও: শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ- উছাহৰ মাজতে ভাৰতীয় জনতা পাৰ্টিৰ নীতি- আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ আজি বিজেপি দলত যোগদান কৰিলে নগাঁও জিলা পৰিষদৰ ভকতগাঁও জিলা পৰিষদৰ কংগ্রেছ দলৰ সদস্য ৱাজিবুল্লা কবিৰ সহ সহস্ৰাধিক কংগ্ৰেছ ,এ আই, ইউ, ডি, এফ আৰু অগপ দলৰ সদস্য‌ই ।

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোদী ভৱনত আজি অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত নগাঁও সদৰ সমষ্টিৰ অৰ্ন্তগত লাও‍‌‌‍গাঁও হেৰাপট্টি, কেন্দুগুৰি ,বৰভেটি পঞ্চায়তৰ‌ সভাপতি,আঞ্চলিক পঞ্চায়তৰ সদস্যৰ লগতে ডাকৰঘাট গাঁও পঞ্চায়ত আৰু ডিমৰুগুৰি পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু আটাইকেইটা পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ সহ কেইবা শতাধিক কংগ্ৰেছ; অ গ প আৰু এ,আই,ইউ, ডি, এফ দলৰ জিলা আৰু মণ্ডল পৰ্যায়ৰ কেইবাগৰাকীও জ্যেষ্ঠ সদস্যৰ লগতে নগাঁও পৌৰসভাৰ ২নং মহলাৰ মহলা আয়ুক্ত আৰু ১৮নং মহলাৰ প্ৰাক্তন মহলা আয়ুক্তই নিজ নিজ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

আজি যোগদান কৰা সকলৰ ভিতৰত ভকত গাঁও জিলা পৰিষদৰ সদস্য ৱাজিবুল্লা কবিৰৰ উপৰি কংগ্রেছ দলৰ খাগৰিজান আঞ্চলিক পঞ্চায়তৰ উপসভানেত্ৰী মনোৱাৰা বেগম,লাওগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য জিবান নিহাৰ চৌধুৰী, নগাঁও জিলা কংগ্রেছৰ সাধাৰণ সম্পাদিকা গীতাৰাণী দাস,পাখিমৰীয়া ব্লক কংগ্রেছ কমিটিৰ সাধাৰণ সম্পাদক অমিয় কুমাৰ দাস,নগাঁও পৌৰসভাৰ ২ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ অনুপ সাহা অন্যতম ।

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত কংগ্রেছ, অগপ,এ আই ইউ ডি এফৰ সহস্ৰাধিক সদস্যই আজি বি জে পি দলত যোগদান কৰে ।আনহাতে অন্যান্য দলৰ পৰা আহি বিজেপি দলত যোগদান কৰা সদস্য সকলক অভিনন্দন জনাই যোগদান সভাখনত বিধায়ক ৰূপক শৰ্মাই বিজেপি দলত যোগদান কৰা সকলক গামোছা পিন্ধাই আদৰণী জনাই কয় যে এই যোগদান কাৰ্যসূচীয়ে নগাঁৱত বিজেপি দলৰ ভেটি অধিক শক্তিশালী কৰাৰ লগতে দলীয় কৰ্মী সকলক উৎসাহিত কৰিছে ।

বিধায়ক শৰ্মাই আৰু কয় যে ৩০ কোটিৰো অধিক কাৰ্যকৰ্তা থকা বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে চিহ্নিত হোৱা বিজেপি দলত প্ৰতিগৰাকী লোকক সম মৰ্যাদা আৰু সম অধিকাৰ প্রদান কৰা হয়। তেওঁ দলীয় নীতি আদৰ্শক সৰোগত কৰি সকলোকে সহযোগিতাৰে আগবাঢ়ি যাবলৈ আহবান জনায় । নগাঁও জিলা বিজেপিৰ সভাপতি জয়ম্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা বিজেপিৰ উপসভাপতি বাবুল বৰা , বিজেপি দলৰ নগাঁও সদৰ মণ্ডলৰ সভাপতি সুভাষ দত্ত আদি উপস্হিত থাকে ।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু
National-International

Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx