ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

ছবিগৃহ সমূহৰ ৰাম গোপাল বাৰ্মাৰ খং, কিন্তু কিয়?

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
April 6, 2022
Reading Time: 1 min read
A A
0
ছবিগৃহ সমূহৰ ৰাম গোপাল বাৰ্মাৰ খং, কিন্তু কিয়?

logo new 2 1 1 4 1 3 4 | ASSAM TIMES POST

বলীউডৰ বিখ্যাত পৰিচালক ৰাম গোপাল বৰ্মাই প্ৰায়ে নিজৰ কথাসমূহ স্পষ্টভাৱে প্ৰকাশ কৰি আহিছে। আকৌ, এবাৰ তেওঁৰ এটি বিষয়ে সচেতন মহলত খলকনিৰ সৃষ্টি কৰিছে। ৰাম গোপাল বৰ্মাৰ ‘ক্ষাত্ৰা ডেঞ্জাৰাছ’ ছবিখন অহা ৮ এপ্ৰিলত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে। এই ছবিখন দেশৰ প্ৰথম খন সমকামিতাৰ ওপৰত নিৰ্মিত অপৰাধধৰ্মী একচন ড্ৰামা, কিন্তু ৰাম গোপাল বৰ্মাই শেহতীয়াকৈ ছবিখনৰ বিষয়ে এক ডাঙৰ আঘাত পাইছে, যিটো তেওঁ ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছে।

. @_PVRcinemas , ⁦@INOXCINEMAS⁩ refusing to screen my film KHATRA (DANGEROUS) becos it’s theme is LESBIAN ,and this after Supreme Court repealed section 377 and censor board already passed .it is a clear cut ANTI stand of their managements against #LGBT community pic.twitter.com/GxoHDH7Tjw

— Ram Gopal Varma (@RGVzoomin) April 5, 2022

RELATED POSTS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

জানিব পৰা মতে, একাংশ ছবিগৃহই ছবিখন প্ৰদৰ্শন কৰিবলৈ অস্বীকাৰ কৰিছে। যাৰ ওপৰত ৰাম গোপালৰ খং ছচিয়েল মিডিয়াত বিয়পি পৰিছে।

ৰাম গোপাল বৰ্মাই টুইটাৰত কেইটামান টুইট পোষ্ট কৰিছিল, তেওঁ লিখিছে যে, “@_PVRcinemas @INOXCINEMAS য়ে মোৰ ছবিখন দেখুৱাবলৈ অস্বীকাৰ কৰিছে কিয়নো ছবিখন সমকামিতাৰ ওপৰত নিৰ্মিত।উচ্চতম ন্যায়ালয়ে ধাৰা ৩৭৭ বাতিল কৰাৰ পিছত আৰু ছবিখন চেঞ্চৰ বোৰ্ডে গৃহীত কৰাৰ পিছত এই ছবিখনক প্ৰদৰ্শন কৰাত তেওঁলোকে অমান্তি কৰিছে। এইটোৱে স্পষ্টভাৱে দেখুৱায় যে এই #LGBTQ সম্প্ৰদায়ৰ বিৰোধিতা কৰিছে।”

আন এটা টুইটত তেওঁ আকৌ লিখে যে, “মই কেৱল #LGBTQ সম্প্ৰদায়কে নহয়, সকলোকে @_PVR চিনেমা @INOXCINEMAS বিৰুদ্ধে থিয় দিবলৈ অনুৰোধ জনাইছোঁ। এইটো মানৱ অধিকাৰৰ অপমান।”

উল্লেখ্য যে, চেঞ্চৰ বোৰ্ডে “এ প্ৰমাণপত্ৰ” ৰ সৈতে ছবিখন গৃহীত কৰিছে। এই ছবিখন আমাৰ দেশৰ প্ৰথম সমকামী অপৰাধধৰ্মী একচন ড্ৰামা হ’ব। সমকামী ৰোমাঞ্চ দেখুওৱা ছবিখনত ৰোমান্টিক দৃশ্যৰ আধিক্য আছে। এইখন প্ৰথম সমকামী ছবি, য’ত দক্ষিণৰ চলচ্চিত্ৰখনৰ বিখ্যাত নায়িকা অপ্সৰা ৰাণী আৰু নয়না গাংগুলীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

Share4Tweet3Send

Related Posts

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx