ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

ভিটামিন ডিৰ অভাৱ কিহৰ কাৰণে হ’ব পাৰে?

স্বাস্থ্য প্ৰতিবেদন:

ASSAM TIMES POST by ASSAM TIMES POST
April 15, 2022
Reading Time: 1 min read
A A
0
ভিটামিন ডিৰ অভাৱ কিহৰ কাৰণে হ’ব পাৰে?

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

ৰ’দৰ অভাৱত হাড়ৰ স্বাস্থ্য আৰু ৰোগ প্রতিৰোধ ক্ষমতা কমি যায়।
পুষ্টিবিদসকলৰ মতে, ভিটামিন-ডিয়ে হাড়ক মজবুত ৰখাত যেনেদৰে সহায় কৰে তেনেদৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। কেন্সাৰ ৰোধতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ভিটামিন-ডিয়ে।

ডিৰ অভাৱভিটামিন-ডিৰ অভাৱত হার্টৰ সমস্যাৰ পৰা আৰম্ভ কৰি উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বেক্টেৰিয়াজনিত সংক্রমণ, ইমিউনিটি ডিছঅর্ডাৰ, বয়সৰ তুলনাত বুঢ়া হোৱা, মাল্টিপল স্ক্লেৰোছিছ জাতীয় সমস্যা ৰোধত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ভিটামিন-ডিয়ে। বিশেষজ্ঞসকলৰ মতে, সূর্যৰ ৰশ্মি হ’ল ভিটামিন-ডিৰ সকলোতকৈ ডাঙৰ উৎস।

প্রত্যেকেই প্রতিদিনে পুৱা কমপক্ষেও ১৫-২০ মিনিট ৰ’দ পুওৱাটো উচিত। এনচিবিআই অনুসৰি বিশ্বব্যাপি জনসংখ্যাৰ প্রায় ৫০% লোক ভিটামিন ডিৰ অভাৱত ভোগে। মার্কিন ইনষ্টিটিউট অব মেডিচিনৰ পৰামর্শ অনুযায়ী, গড়ে দৈনিক ১০-২০ মাইক্রোগ্রাম ভিটামিন-ডি খোৱাটো প্রয়োজন।

ভিটামিন-ডিৰ ঘাটিৰ কাৰণ:

ভিটামিন ডি* ছানস্ক্রিনৰ অতিৰিক্ত ব্যৱহাৰৰ ফলত সূর্যৰ আলোক ছালৰ গভীৰত প্রবেশ কৰিব নোৱাৰে।
* প্ৰদূষণ বেছি অঞ্চলত বসবাস।
* ঘৰৰ ভিতৰত বেছি সময় কটোৱা।
* ভিটামিন-ডি সমৃদ্ধ খাদ্য নোখোৱা।
* সূর্যৰ পোহৰ নপৰা ঘৰত দীর্ঘদিন ধৰি বাস কৰা।

ভিটামিন-ডিৰ অভাৱত দেখা দিয়া লক্ষণবোৰ

* ক্লান্তি, বিষ-যন্ত্রণা, সকলো সময়তে অসুস্থতা বোধ।
* হাড় আৰু পেশীত যন্ত্রণা বা সাধাৰণ দুর্বলতা যাৰ ফলত চিৰি বগোৱা বা বহাৰ পিছত উঠাত সমস্যা হ’ব পাৰে।
* ভিটামিন-ডিৰ অভাৱ খুব বেছি হ’লে শৰীৰৰ বিভিন্ন অংশৰ হাড় ভঙ্গুৰ হৈ যায়।
* অত্যধিক চুলি সৰা।
* আঘাতৰ পৰা উপশম পাবলৈ বহু সময় লোৱা।
* অৱসাদ
* খাদ্য হজমত সমস্যা

Tags: ভিটামিন ডিৰ অভাৱ
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
ADVERTISEMENT
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

Modi Govt 12 Years । ১২ বছৰীয়া হ’ল মোদী চৰকাৰ; গতিৰ পৰা প্ৰগতিলৈ এক খতিয়ান

June 10, 2026
50
Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা
National-International

Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা

June 10, 2026
50
‎ফুটবল আৰু মনোৰঞ্জনৰ সৈতে শাৰীৰিক গতিবিধি আৰু চমকপ্ৰদ প্ৰদৰ্শনৰ সংমিশ্ৰণৰ আশা । টৰণ্টোৰ মঞ্চত থাকিব ভাৰতৰ গ্লেমাৰাছ নোৰা ফাতেহী
National-International

‎ফুটবল আৰু মনোৰঞ্জনৰ সৈতে শাৰীৰিক গতিবিধি আৰু চমকপ্ৰদ প্ৰদৰ্শনৰ সংমিশ্ৰণৰ আশা । টৰণ্টোৰ মঞ্চত থাকিব ভাৰতৰ গ্লেমাৰাছ নোৰা ফাতেহী

June 10, 2026
50
‎Rojgar Mela : সমগ্ৰ বিশ্বই ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশীদাৰ হ’ব বিচাৰে : ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
National-International

‎ইতিহাস ৰচিলে মোদীয়ে । নেহৰুৰ অভিলেখ ভাঙি দীৰ্ঘতম কাৰ্যকালৰ প্ৰধানমন্ত্ৰী

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

Modi Govt 12 Years । ১২ বছৰীয়া হ’ল মোদী চৰকাৰ; গতিৰ পৰা প্ৰগতিলৈ এক খতিয়ান

June 10, 2026
Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা

Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা

June 10, 2026
‎ফুটবল আৰু মনোৰঞ্জনৰ সৈতে শাৰীৰিক গতিবিধি আৰু চমকপ্ৰদ প্ৰদৰ্শনৰ সংমিশ্ৰণৰ আশা । টৰণ্টোৰ মঞ্চত থাকিব ভাৰতৰ গ্লেমাৰাছ নোৰা ফাতেহী

‎ফুটবল আৰু মনোৰঞ্জনৰ সৈতে শাৰীৰিক গতিবিধি আৰু চমকপ্ৰদ প্ৰদৰ্শনৰ সংমিশ্ৰণৰ আশা । টৰণ্টোৰ মঞ্চত থাকিব ভাৰতৰ গ্লেমাৰাছ নোৰা ফাতেহী

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx