![]()
গুৱাহাটী পৌৰনিগম নিৰ্বাচনৰ বাবে কামৰূপ(ম) জিলাত ড্ৰাই ডে’ ঘোষণা।জিলা প্ৰশাসনে আজিৰ বিয়লি ৪.৩০বজাৰ পৰা ভোটগ্ৰহণৰ দিনা বিয়লি ৪.৩০বজালৈ ঘোষণা কৰিছে ড্ৰাই ডে’।

উল্লেখ্য যে ২২এপ্ৰিলত অনুষ্ঠিত হব গুৱাহাটী পৌৰ নিগমৰ ৬০টাকৈ ৱাৰ্ড বাবে ভোটগ্ৰহণ।
আনহাতে জিলা প্ৰশাসনে প্ৰকাশ কৰা মতে ভোট গণনা দিনা ড্ৰাই ডে’ জাৰি থাকিব জিলাখনত।২৪এপ্ৰিলত এই নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হব।
তাপৰ্যপূৰ্ণ কথা পৌৰ নিগমৰ নিৰ্বাচনৰ আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব।প্রথমবাৰলৈ ইভিএমত অনুষ্ঠিত হব পৌৰ নিগমৰ নিৰ্বাচন।













