ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

নিউজ ডেস্কঃ

News Desk by News Desk
June 27, 2026
Reading Time: 1 min read
A A
0
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

New Logo Smal 3 | ASSAM TIMES POST
‎‎ইনষ্টামাৰ্ট-এ প্ৰকাশ কৰা তথ্য অনুসৰি, গুৱাহাটী মহানগৰ (Guwahati city) ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ‘পেট কেয়াৰ’ বজাৰ (‘Pet Care’ Market) হিচাপে পৰিগণিত হৈছে। চহৰখনত পোহনীয়া জীৱ-জন্তুৰ সামগ্ৰীৰ অৰ্ডাৰৰ ক্ষেত্ৰত বছৰি অভিলেখ সৃষ্টিকাৰী ১,৪৭৩ শতাংশ বৃদ্ধি দেখা গৈছে। এই পৰিসংখ্যাই সমগ্ৰ দেশতে পোহনীয়া জীৱ-জন্তু কেৱল পোহাৰ পৰিৱৰ্তে সিহঁতক সন্তানৰ দৰে প্ৰতিপালন কৰাৰ দ্ৰুত মানসিকতাৰ পৰিৱৰ্তনক সূচাইছে। ১৩৩খনতকৈও অধিক চহৰত ২০২৫ৰ জুন মাহৰ পৰা ২০২৬ৰ জুনৰ ভিতৰত হোৱা ইনষ্টামাৰ্ট অৰ্ডাৰৰ ওপৰত আধাৰিত এই প্ৰতিবেদনত দেখা গৈছে যে, উন্নত মানদণ্ডৰ খাদ্য, গ্ৰুমিং সামগ্ৰী, স্বাস্থ্যবৰ্ধক ছাপ্লিমেণ্ট আৰু বিশেষ খাদ্য-ৰ বৰ্ধিত চাহিদাৰ বাবে দেশজুৰি পেট কেয়াৰ অৰ্ডাৰ বছৰি ৪১ শতাংশ বৃদ্ধি পাইছে।

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

দ্বিতীয় শ্ৰেণীৰ আৰু ক্ষুদ্ৰ চহৰসমূহ এই বৃদ্ধিৰ মুখ্য চালিকা শক্তি হৈ পৰিছে, য’ত যোৱা এটা বছৰত পেট কেয়াৰ অৰ্ডাৰ পৰিমাণ ৯৬ শতাংশ বৃদ্ধি পাইছে। এই অধ্যয়নে গ্ৰাহকৰ পৰিৱৰ্তিত পছন্দসমূহো পোহৰলৈ আনিছে। মেকুৰীৰ খাদ্যৰ চাহিদা মুঠ পোহনীয়া জীৱৰ খাদ্যৰ চাহিদাৰ প্ৰায় ৬০ শতাংশ আৰু এই প্লেটফৰ্মত ই আটাইতকৈ বেছি চাৰ্চ কৰা শব্দ হিচাপে ধৰা দিছে। চৰাইৰ খাদ্যৰ অৰ্ডাৰ ১৭৮ শতাংশ আৰু শহাপহুৰ খাদ্যৰ অৰ্ডাৰ ১৩০ শতাংশ বৃদ্ধি পাইছে। শস্যবিহীন পোহনীয়া জীৱৰ খাদ্যৰ ক্ষেত্ৰত ১৫২ শতাংশ বৃদ্ধি লিপিবদ্ধ কৰা হৈছে, যাৰ ফলত ই আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা পুষ্টি খণ্ড হৈ পৰিছে।

pet1 | ASSAM TIMES POST
ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

আনহাতে কুকুৰৰ শ্বেম্পুৰ বাবে চাৰ্চৰ পৰিমাণ ৬০০ শতাংশ বৃদ্ধি পাইছে, যিয়ে পোহনীয়া জীৱৰ গ্ৰুমিং বা বাহ্যিক পৰিচৰ্যাৰ প্ৰতি বৰ্ধিত মনোযোগক সূচাইছে। গুৱাহাটী মহানগৰীৰ এই ব্যতিক্ৰমী বৃদ্ধিয়ে স্থানীয় লোকৰ বৰ্ধিত আয়, পোহনীয়া জীৱৰ স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি বৰ্ধিত সজাগতা আৰু প্ৰিমিয়াম সামগ্ৰী গ্ৰহণ কৰাৰ প্ৰৱণতাক প্ৰতিফলিত কৰিছে। এই ধাৰাই উত্তৰ-পূব ভাৰতক লক্ষ্য কৰি লোৱা পেট কেয়াৰ ব্ৰেণ্ডসমূহৰ বাবে গুৱাহাটীক এক মুখ্য কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে, য’ত স্থানীয় চাহিদাৰ সৈতে দেশৰ অন্যান্য প্ৰান্তৰ বিশেষ পুষ্টি, গ্ৰুমিং সামগ্ৰী আৰু বিশেষ খাদ্যৰ পছন্দৰ সৈতে সংগতি থকা দেখা গৈছে।

প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে বেংগালুৰু এতিয়াও ভাৰতৰ সৰ্বাধিক ব্যয় কৰা পেট কেয়াৰ বজাৰ হৈ আছে। আনহাতে দিল্লীৰ এজন পোহনীয়া জীৱৰ মালিকে যোৱা এটা বছৰত পেট কেয়াৰৰ নামত ৬০,৯৫৭ টকা খৰচ কৰিছে, যিয়ে নিজৰ পোহনীয়া জীৱটোৰ সুস্থতাৰ বাবে ভাৰতীয়সকলৰ খৰচ কৰাৰ বৰ্ধিত ইচ্ছাক প্ৰমাণ কৰে।

Tags: Petcare
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
ADVERTISEMENT
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati
NORTHEAST

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

August 13, 2026
50
Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী
National-International

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

August 13, 2026
50
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

August 13, 2026
Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx