ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গোলাঘাটত ড্ৰাগছ সৰবৰাহী চক্ৰ উৎখাতঃ ৫ ড্ৰাগছ সৰবৰাহকাৰীসহ আৰক্ষী সহ হেৰ’ইন জব্দ আৰক্ষীৰ

ASSAM TIMES POST by ASSAM TIMES POST
October 15, 2019
Reading Time: 1 min read
A A
0
গোলাঘাটত ড্ৰাগছ সৰবৰাহী চক্ৰ উৎখাতঃ ৫ ড্ৰাগছ সৰবৰাহকাৰীসহ আৰক্ষী সহ হেৰ’ইন জব্দ আৰক্ষীৰ

logo atp | ASSAM TIMES POSTASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাট নগৰৰ ড্ৰাগছ সৰবৰাহকাৰী শক্তিশালী চক্ৰ এটা গোলাঘাট আৰক্ষীয়ে মঙ্গলবাৰে উৎখাত কৰিবলৈ সক্ষম হোৱাৰ লগতে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ৫ জন লোকক গ্ৰেপ্তাৰ কৰে। গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক কুমাৰ বৰাৰ নেতৃত্বত আৰক্ষীৰ দলে গোপন খবৰৰ ভিত্তিতত গোলাঘাট নগৰখনৰ ৩নং ৰে’লগেট এলেকাত আকস্মিক অভিযান চলাই ৰাজীৱ আলি নামৰ এজন যুৱকৰ ঘৰৰ পৰা ১২ গ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে যুৱকজনক আটক কৰে।

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

আৰক্ষীৰ আগত ধৃত যুৱকজনে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আন ৪ জন যুৱক ক্ৰমে আজম আলী, মইনুদ্দিন আলী, আছাদুৰ আলী আৰু আৱাল মোজাম্মিলক আটক কৰি গোলাঘাট থানালৈ আনি কেউজন যুৱকক উপৰ্যপুৰী জেৰা অব্যাহত ৰাখিছে। গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি অতি শীঘ্ৰে ড্ৰাগছ ব্যৱসায়ী চক্ৰটোৰ সৈতে জজ়িত আন কেইবাজনো লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱণা আছে।

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জনাই যে ২০১৯ চনৰ এপ্ৰিল, মে’ মাহৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে আৰম্ভ কৰা ধাৰাবাহিক অভিযান কালত এই পৰ্যন্ত ড্ৰাগছ সৰবৰাহত জড়িত ১৯টা গোচৰ পঞ্জীয়ন হৈছে আৰু ইয়াৰে ১০টা গোচৰ সন্দৰ্ভত আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰিবলৈ সক্ষম হৈছে।

ড্ৰাগছ সৰবৰাহত জডি়ত আটকাধীন লোকৰ বিচাৰ প্ৰক্ৰিয়া যাতে ক্ষীপ্ৰতৰ হয় তাৰ বাবে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াও অনুৰূপভাৱে ক্ষীপ্ৰতৰ কৰি তোলা হৈছে। ড্ৰাগছসহ আজি হাতে-লোটে গ্ৰেপ্তাৰ হোৱা ৰাজীৱ আলী নামৰ যুৱকজনৰ পিতৃ-মাতৃেৱও ড্ৰাগছৰ ব্যৱসায়ত জড়িত অভিযোগত পূৰ্বতে গ্ৰেপ্তাৰ হৈছিল আৰু তেওঁৰ পিতৃ এতিয়াও কাৰাগাৰতে থকা বুলি জানিবলৈ দিয়ে।

আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে লগতে কয় যে ড্ৰাগছ আসক্ত একাংশ যুৱক-যুৱতীৰ অভিভাৱক, স্বেচ্ছাসেৱী সংগঠনৰ লগতে ৰাইজৰ পৰা পোৱা সহযোগিতাৰ ফলত গোলাঘাটত ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে বহুখিনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। অন্যহাতে গোলাঘাটৰ বহু সংখ্যক ড্ৰাগছ আসক্ত যুৱকে ডিফু, গুৱাহাটী আৰু ৰাজ্যৰ বাহিৰৰো ‘ডিএডিক্টেড চেণ্টাৰ’ত ড্ৰাগছ আসক্তিৰ পৰা মুক্তি বিচাৰি চিকিৎসাধীন হোৱা তথ্যও আৰক্ষীৰ হাতত থকা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়।

উল্লেখ্য, যোৱা ১৩ অক্টোবৰত ৰাজ্যৰ আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই গোলাঘাটত উপস্থিত হৈ যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ কৰি তোলা বৰবিহস্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ স্থিতিৰ কথা ঘোষণা কৰিছিল।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু
National-International

Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx