ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

১৫ ৰাজ্যৰ ৫৭খন আসনত ৰাজ্যসভাৰ নিৰ্বাচন ১০ জুনত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 12, 2022
Reading Time: 1 min read
A A
0
১৫ ৰাজ্যৰ ৫৭খন আসনত ৰাজ্যসভাৰ নিৰ্বাচন ১০ জুনত

logo new 2 1 1 4 1 3 4 | ASSAM TIMES POST

RELATED POSTS

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

দেশৰ ১৫ ৰাজ্যত ৫৭খন ৰাজ্যসভা আসনত নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নির্বাচন আয়োগে। অহা ১০ জুনত হ’ব ভোটগ্রহণ। সেই দিনাই হ’ব গণনা। ২৪ মে’ত নির্বাচনৰ বিষয়ে আনুষ্ঠানিক বিজ্ঞপ্তি প্রকাশ কৰিব আয়োগে।

আয়োগে জনাইছে, চলিত বছৰৰ জুনৰ পৰা আগষ্টৰ ভিতৰত যি ৫৭খন আসন খালি হৈছে সেইকেইখনত এই পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। বিদায়ী সাংসদসকলৰ ভিতৰত আছে কেন্দ্রীয় মন্ত্রী নির্মলা সীতাৰমন আৰু কংগ্রেছ নেতা পি চিদম্বৰম।

উত্তৰ প্রদেশৰ ১১ আৰু মহাৰাষ্ট্র আৰু তামিলনাডুৰ ৬খনকৈ খালী হোৱা আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি অন্ধ্রপ্রদেশ, তেলেঙ্গানা, মধ্যপ্রদেশ, ছত্তীশগড়, কর্নাটক, ওড়িশা, পঞ্জাব, ৰাজস্থান, হাৰিয়ানা, বিহাৰ আৰু ঝাড়খণ্ডত হ’ব নির্বাচন। উল্লেখ্য, ২৪৫ আসনৰ ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতাৰ ‘যাদু সংখ্যা’ ১২৩।

যোৱা মাহত অসম, ত্রিপুৰা আৰু নাগালেণ্ডৰ পৰা এখনকৈ মুঠ তিনিখন আসনৰ উপ-নির্বাচনত জয়ৰ পিছত ৰাজ্যসভাত বিজেপিৰ সাংসদ সংখ্যা হৈছে ১০০। ভাৰতৰ সংসদীয় ৰাজনীতিৰ ইতিহাসত ১৯৯০ৰ পিছত এই প্রথমবাৰ কোনো দলৰ ৰাজ্যসভা সাংসদৰ সংখ্যা ১০০ হৈছে।

Tags: নিৰ্বাচনৰাজ্যসভা
Share4Tweet3Send

Related Posts

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি
National-International

by Staff Reporter
June 18, 2026
50
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

by News Desk
June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

by News Desk
June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি
National-International

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

June 18, 2026
50
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

June 18, 2026
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT