ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

নিউজ ডেস্কঃ

News Desk by News Desk
June 17, 2026
Reading Time: 1 min read
A A
0
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

প্ৰশ্নকাকত ফাদিল (Question paper passed) আৰু উৰাবাতৰি ৰোধ (Fake News) কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে নীটৰ পূৰ্বে (Before NEET) টেলিগ্ৰাম এপ নিষিদ্ধ (Telegram app banned) কৰিছে। এইবাৰ কেন্দ্ৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে (reached to Supreme Court) মেছেজিং প্লেটফৰ্ম টেলিগ্ৰাম (Messaging platform Telegram)। তেওঁলোকৰ মতে, এই নিষেধাজ্ঞাই লাখ লাখ বৈধ ব্যৱহাৰকাৰীক প্ৰভাৱিত কৰিছে, যিটো অন্যায়। বুধবাৰে জৰুৰী ভিত্তিত শুনানি গ্ৰহণ কৰাৰ ব্যৱস্থা হৈছে। ন্যায়াধীশ তেজশ কুৰিয়াৰ নেতৃত্বৰ বিচাৰপীঠত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব।

tele1 1 | ASSAM TIMES POST
দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

প্ৰশ্নকাত ফাদিলৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা NEET-UG বাতিল কৰা হৈছে। ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব এই পৰীক্ষা। পৰীক্ষাৰ স্বচ্ছতা বজাই ৰাখিবলৈ মোদী চৰকাৰক ২২ জুনলৈকে ভাৰতত টেলিগ্ৰাম এপ নিষিদ্ধ কৰিবলৈ অনুৰোধ জনাইছিল। এন টি এৰ অনুৰোধ মানি চলিছে কেন্দ্ৰই। তেওঁলোকৰ মতে, এই পদক্ষেপৰ লক্ষ্য হৈছে নকল চক্ৰ, প্ৰশ্নকাকত ফাদিলৰ ভুৱা দাবী ৰোধ কৰা আৰু প্ৰাৰ্থীসকলক বিভ্ৰান্তিৰ পৰা ৰক্ষা কৰা।

মঙলবাৰে বিয়লি কেন্দ্ৰীয় চৰকাৰে তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ধাৰা ৬৯এৰ অধীনত তৎক্ষণাত বাৰ্তা প্ৰেৰণৰ প্লেটফৰ্ম টেলিগ্ৰামক নিষিদ্ধ বুলি ঘোষণা কৰে। এনটিএৰ সঞ্চালক অভিষেক সিঙৰ মতে, “পৰীক্ষা যাতে ন্যায্যভাৱে অনুষ্ঠিত হয় তাৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আমি এইবাৰ কোনো ভুল হ’বলৈ নিদিওঁ।” এনটিএৰ দাবী যে এই পদক্ষেপ প্ৰশ্নকাকতখন ফাদিল হোৱাত বাধা দিয়াৰ বাবে নহয়, বৰঞ্চ ফাদিলৰ ভুৱা দাবী বিয়পি পৰাত বাধা দিয়াৰ বাবেহে এই লোৱা হৈছে।

Tags: Telegramban
Share4Tweet3Send

Related Posts

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

by News Desk
June 17, 2026
50
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

by Staff Reporter
June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

by Staff Reporter
June 17, 2026
50
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন
National-International

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

by Staff Reporter
June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban I নিষিদ্ধ সত্ত্বেও টেলিগ্ৰামে কাম কৰি আছে, ভাৰতীয় প্ৰযুক্তিৰ শক্তিক লৈ প্ৰশ্ন উত্থাপন

by Staff Reporter
June 17, 2026
50
বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক
National-International

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT