ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

কিয়াৰা আদৱানীয়ে প্ৰকাশ কৰিলে প্ৰয়াত সুশান্তৰ বহু নজনা কথাঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
May 16, 2022
Reading Time: 1 min read
A A
0
কিয়াৰা আদৱানীয়ে প্ৰকাশ কৰিলে প্ৰয়াত সুশান্তৰ বহু নজনা কথাঃ

logo new 2 1 1 4 1 3 2 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

অভিনেত্ৰী কিয়াৰা আদৱানীয়ে শেহতীয়াকৈ ‘ভুল ভুলেয়া ২’ ছবিখনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আছে। ছবিখনৰ মুক্তিৰ পূৰ্বে, অভিনেত্ৰী গৰাকীয়ে নিৰন্তৰ ভাৱে ইয়াৰ প্ৰচাৰ কৰিছে। ইফালে, অলপতে কিয়াৰাই ‘এম এছ ধোনী’ ছবিখনৰ তেওঁৰ সহ-অভিনেতা আৰু প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ বিষয়ে কিছু কথা প্ৰকাশ কৰিছে।

২০১৬ চনৰ ছবি ‘এম এছ ধোনী – দ্য আনটোল্ড ষ্টোৰী’ ত সুশান্তে ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ চৰিত্ৰত অভিনয় কৰিছিল, আনহাতে কিয়াৰাই ছবিখনত তেওঁৰ পত্নী সাক্ষী ধোনীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। সুশান্তৰ সৈতে অতিবাহিত কৰা সময়কে ধৰি কিয়াৰাই অভিনেতাজনৰ অভিযান্ত্ৰিক জীৱনৰ পৰা তেওঁৰ দৈনন্দিন ৰুটিনলৈকে বহুতো আকৰ্ষণীয় তথ্য প্ৰকাশ কৰে।

Screenshot 2022 05 16 21 57 39 27 680d03679600f7af0b4c700c6b270fe7 | ASSAM TIMES POST

ৰণবীৰ শ্ব’ৰ পডকাষ্টত দিয়া সাক্ষাৎকাৰৰ সময়ত সুশান্তৰ বিষয়ে সোধাত কিয়াৰাই কৈছিল যে, ‘ধোনী’ৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁ ঔৰঙ্গাবাদত আছিল আৰু কাম শেষ হোৱাৰ পিছত, তেওঁলোকৰ ৰাতিপুৱা সোনকালে ফ্লাইট থকাৰ বাবে তেওঁলোকে শোৱাৰ সলনি ৰাতিটো সাৰ পাই কটোৱাৰ কথা ভাবিছিল। সেই সময়ছোৱাত, সুশান্তে অভিনেত্ৰীগৰাকীক তেওঁৰ যাত্ৰাৰ বিষয়ে কৈছিল। তেওঁ কৈছিল যে তেওঁ এজন অভিযন্তা হোৱাৰ পিছতো কেনেদৰে তেওঁ ‘ধোনী’ ছবিখন পাইছিল, প্ৰীতি জিণ্টাৰ পিছফালে এজন বেকআপ নৃত্যশিল্পীও আছিল আৰু তাৰ পিছত কেনেকৈ নায়ক হ’বলৈ সক্ষম হ’ল সেই আটাইবোৰ কথা সুশান্তে কিয়াৰাক কৈছিল।

কিয়াৰাই লগতে কৈছিল যে সুশান্তৰ তাত সদায় ডাঙৰ কিতাপ আছিল, যিবোৰ তেওঁ সদায় পঢ়িছিল। তেওঁ জীৱনৰ বিষয়ে, মানুহৰ বিষয়ে জানিবলৈ অতি উৎসাহিত আছিল। কিয়াৰাই আৰু কৈছিল যে সুশান্তৰ কাহিনী শুনি, তেওঁ সুশান্তক কৈছিল যে এদিন কোনোবাই তেওঁৰ ওপৰত এখন বায়োপিক নিৰ্মাণ কৰিব কিয়নো তেওঁৰ জীৱন অতি আকৰ্ষণীয়।

কিয়াৰাই আৰু কৈছিল যে, সুশান্ত কামৰ প্ৰতি অতি উৎসাহী আছিল। তেওঁ দিনত মাত্ৰ দুঘণ্টা শুইছিল আৰু কৈছিল যে মানুহৰ শৰীৰক মাত্ৰ দুই ঘণ্টাৰ টোপনিৰ প্ৰয়োজন। সুশান্তে কিয়াৰাক কৈছিল যে এজন ব্যক্তিয়ে যিমানেই শুই নাথাকক কিয়, তেওঁৰ মন কেৱল দুঘণ্টাৰ বাবে বিশ্ৰাম মোডত যায় আৰু সেয়েহে তেওঁক মাত্ৰ দুঘণ্টাৰ টোপনিৰ প্ৰয়োজন। কিয়াৰাই এইটোও কৈছিল যে ইমান কম টোপনি ৰখাৰ পাছতো, সুশান্ত সদায় ছেটত শক্তিৰে পৰিপূৰ্ণ আছিল।

Tags: কিয়াৰা আদৱানীসুশান্ত সিং ৰাজপুত
Share4Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
50
ADVERTISEMENT
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব
National-International

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
50
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx