ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

শিশুৰ বাবে খাদ্য সংকট, ১১৮ লিটাৰ স্তন-দুগ্ধ বিক্ৰী এগৰাকী মাতৃৰ!

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 16, 2022
Reading Time: 1 min read
A A
0
শিশুৰ বাবে খাদ্য সংকট, ১১৮ লিটাৰ স্তন-দুগ্ধ বিক্ৰী এগৰাকী মাতৃৰ!

logo new 2 1 1 4 1 3 2 | ASSAM TIMES POST

RELATED POSTS

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

আমেৰিকাত শিশুৰ বাবে দুগ্ধ সংকটক লৈ চিন্তাত বহু পৰিয়াল। সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। প্রায় ৪০ শতাংশ কমি গৈছে পাউডাৰ গাখীৰৰ যোগান। বিগত ফেব্রুৱাৰী মাহত এটি কাৰখানা বন্ধ হৈ যোৱাৰ পিছৰ পৰাই দেখা দিয়ে এই সঙ্কটে।

স্তন-দুগ্ধ বিক্ৰী এগৰাকী মাতৃৰআমেৰিকাত যিহেতু বহু পিতৃ-মাতৃয়ে নির্ভৰ কৰে পাউডাৰ গাখীৰৰ ওপৰত, সেয়ে এই সঙ্কটত প্ৰায় আতঙ্কৰ সৃষ্টি হৈছে। এই সংকটৰ মাজতেতেওঁলোকৰ কাষত থিয় দিলে এগৰাকী মহিলা। দেশখনৰ এগৰাকী মাতৃয়ে ১১৮ লিটাৰ স্তন্য অৰ্থাৎ স্তন-দুগ্ধ বিক্ৰী কৰিছে।

আলিচা চিট্টি নামৰ উক্ত মহিলাগৰাকীৰ ওচৰত তিনি ফ্রিজাৰ ভর্তি স্তন্য জমা কৰা আছে। তেওঁ জনায়, সাধাৰণ নাৰীৰ তুলনাত তেওঁৰ স্তন-দুগ্ধ অধিক উৎপাদন হয়। সেয়া তেওঁ জমা কৰি ৰাখে। এতিয়া তাকে লৈ অন্যসকলৰ কাষত থিয় দিয়াৰ চেষ্টা কৰিছে আমেৰিকান মাতৃগৰাকীয়ে।
আলিচাই ঠিক কৰিছে, ৩৩ ডলাৰত এক লিটাককৈ গাখীৰ বিক্ৰী কৰিব তেওঁ। কিন্তু আনক সহায় কৰিবৰ বাবে সেই মূল্য কমাবও পাৰে তেওঁ।

তেওঁ লগতে কয়, ‘‘মই জানো বহু শিশুৰ নির্দিষ্ট কোনো ধৰণৰ পাউডাৰ গাখীৰ অবিহনে হজম নহয়। পেট বেয়া হয় সহজতে। উক্ত গাখীৰ যোগান বন্ধ হৈ গ’লে সমস্যা হয়।’’ সেইবোৰ ভাবিয়েই নিজৰ স্তনৰ গাখীৰ বিক্ৰী কৰিবলৈ বৰ্তমান উদ্যোগী তেওঁ।

Tags: শিশু
Share4Tweet3Send

Related Posts

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন
National-International

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

by News Desk
July 5, 2026
50
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

by News Desk
July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

by News Desk
July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

by News Desk
July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০
National-International

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

by News Desk
July 4, 2026
50
Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই
National-International

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

by News Desk
July 4, 2026
50
ADVERTISEMENT
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন
National-International

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী
Science

Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী

July 5, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী

Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx