![]()
অৰুণাচল ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ ভূমিস্কলন।পাছিঘাট আৰু পাঙিণ সংযোগী ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ ভূমিস্কলন। শতাধিক যান-বাহন বোকাত পোত গ’ল। ৰাজ পথত যান বাহন এৰি প্ৰাণ ৰক্ষা আবদ্ধ যাত্ৰীসকলৰ।
চিয়াং নদীৰ পাৰত থকা পাছিঘাট আৰু পাঙিণ সংযোগী
হতাৎ অহা ভূমিস্কলৰ ফলত পাহাৰৰ পৰা খহি অহা মাটিত পোত গল শতাধিক বাহন আৰু বহুতৰ বহু সা সম্পত্তি।













