ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

গুৱাহাটী বশিষ্ঠত বন্ধ ঘৰত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ:

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
June 19, 2022
Reading Time: 1 min read
A A
0
গুৱাহাটী বশিষ্ঠত বন্ধ ঘৰত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

গুৱাহাটী মহানগৰী বশিষ্ঠত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ।বশিষ্ঠ পাটৰকুছিত এটা তলাবন্ধ কোঠাত আজি উদ্ধাৰ হয় অৰ্ধগলিত মৃতদেহটো।মৃতদেহটো পূজন দে’ৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।উদ্ধাৰ হোৱা মৃত লোকজন এগৰাকী ই-ৰিক্সা চালক,ঘৰ বৰপেটাত।

অৰ্ধগলিত মৃতদেহবিগত তিনিদিনে ঘৰৰ ভিতৰত আৱদ্ধ হৈ আছিল।মৃত পূজনে যোৱা এবছৰ ভাগিনীয়েকৰ সৈতে পাটৰকুছিৰ অৰবিন্দ ফাংছ’ নামৰ লোকজনৰ ঘৰত ভাড়াতীয়াৰূপে আছিল।দেওবাৰে ভাড়াঘৰৰ চৌহদত দুৰ্গন্ধ ওলোৱাত অৰবিন্দ ফাংছৰ ঘৰত থকা আন ভাড়াতীয়া সকলে বশিষ্ঠ থানাৰ আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে ঘটনা স্থলীলৈ গৈ বন্ধ কোঠাৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে ।

ইফালে এয়া হত্যাকাণ্ড নে স্বাভাৱিক মৃত্যু বৰ্তমানো সন্দেহৰ আৱৰ্তত।পূজনক তেওঁ ভাগিনীয়েকে হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকৰ।অভিযোগ মতে নিচাসক্ত আছিল ভাগিনীয়েক।বিগত তিনিদিন ধৰি ভাড়াঘৰত নাছিল ভাগিনীয়েক।

Tags: গুৱাহাটী বশিষ্ঠত বন্ধ ঘৰত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx