ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত ৰূপজ্যোতিৰ উনবিংশতিতম প্ৰযোজনাত “সূৰ্যৰ অন্তিম কিৰণৰ পৰা প্ৰথম কিৰণলৈ” মঞ্চস্থ

ASSAM TIMES POST by ASSAM TIMES POST
October 29, 2019
Reading Time: 1 min read
A A
0
বোকাখাতত ৰূপজ্যোতিৰ উনবিংশতিতম প্ৰযোজনাত “সূৰ্যৰ অন্তিম কিৰণৰ পৰা প্ৰথম কিৰণলৈ” মঞ্চস্থ

RELATED POSTS

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

ASSAM TIMES POST

অজন্তা তালুকদাৰ, বোকাখাতঃ ‘৮৩ ৰ জুয়ে পোৰা অসমত এমেচাৰ নাট্যজগতত এক সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰি জাতীয় সচেতনতাৰে বোকাখাতৰ পুৰোধা কিছু ব্যক্তিৰ নেতৃত্বত জন্ম লৈছিল ৰূপজ্যোতি সংঘই অসমৰ এমেচাৰ নাট জগতৰ স্বনামধন্য নাট্যকাৰ পৰিচালক শ্ৰদ্ধাৰ ৰফিকুল হোচেইন য’ত ওতঃপ্ৰোতভাৱে সংপৃক্ত হৈ আছে।

WhatsApp Image 2019 10 29 at 9.26.47 PM | ASSAM TIMES POST

অসমৰ নাট্য জগতৰ অন্যতম চিনাকি নাম বোকাখাতৰ ৰূপজ্যোতি সংঘই যোৱা ২৪ অক্টোবৰত মঞ্চস্থ কৰে ঊনবিংশতিতম পূৰ্ণাংগ নাট্য প্ৰযোজনা “সূৰ্যৰ অন্তিম কিৰণৰ পৰা প্ৰথম কিৰণলৈ”। আধুনিক অসমীয়া নাট্যভাৱনাৰ প্ৰবাদ পুৰুষ পদ্মনাথ গোহাঞি বৰুৱাৰ জন্ম শতবৰ্ষৰ সোঁৱৰণত অনুষ্ঠিত নাট্য সন্ধিয়াত আধুনিক উত্তৰ ভাৰতৰ লব্ধপ্ৰতিষ্ঠ নাট্যকাৰ সুৰেন্দ্ৰ বাৰ্মাৰ মূল হিন্দীৰ পৰা প্ৰবীণ নাট্যশিল্পী দ্বিজেন্দ্ৰ নাথ শৰ্মাই কৰা অসমীয়া অনুবাদ “সূৰ্যৰ অন্তিম কিৰণৰ পৰা প্ৰথম কিৰণলৈ”।

WhatsApp Image 2019 10 29 at 9.26.48 PM | ASSAM TIMES POST

নাটখনি ভাৰতীয় ইতিহাসৰ মৌৰ্যবংশীয় উপপতি নিয়োগ ৰীতি প্ৰথাই উত্তৰাধিকাৰী প্ৰসংগত ব্যক্তি-মানসিকতাত সৃষ্টি কৰা ভীষণ চাপ সম্বলিত এখনি সুন্দৰ নাট। নাটখনিৰ পৰিচালনা খ্যাতনামা নাট্যকাৰ পৰিচালক ৰফিকুল হোছেইনৰ৷ দক্ষ প্ৰবীণ অভিনেতা বিমান বৰুৱাই ওক্কাকৰ চৰিত্ৰ সুন্দৰভাৱে ৰূপায়ণ কৰি সুদক্ষ অভিনেতাৰ পৰিচয় দিলে। নাট্য মঞ্চত প্ৰথমবাৰৰ বাবে ভৰি দি ৰাণী শিলৱতীৰ চৰিত্ৰটি ৰূপায়ণ কৰিলে নাট সমালোচক-সাংবাদিক অজন্তা তালুকদাৰে। মহামন্ত্ৰীৰ চৰিত্ৰত প্ৰৱীণ নাট্যকৰ্মী ক্ৰমে জিতুশৰ্মা ৰাজখোৱা, আৰ্য প্ৰত্যুষৰ চৰিত্ৰত বিপুল কলিতা, সেনাপতি প্ৰধান অৰুণ শইকীয়া, ৰাজপুৰুহিত দুলাল ডেকা আৰু মহত্তৰিকা, প্ৰতিহাৰী আৰু এটি নিৰ্বাক চৰিত্ৰত যুৱ নাট্যকৰ্মী ক্ৰমে প্ৰত্যাশা ভৰদ্বাজ, ভাগ্যশ্ৰী পৰাশৰ আৰু নমিতা বৰ্মনে নাটকে দাবী কৰাৰ ধৰণেৰে চৰিত্ৰৰ গুৰুত্ব অনুসৰি সুন্দৰ অভিনয় কৰি নাটকৰ গতিশীলতা প্ৰদান কৰিলে।

WhatsApp Image 2019 10 29 at 9.26.49 PM 1 1 | ASSAM TIMES POST

নাটকখনৰ আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ ঘোষক আৰু প্ৰহৰীৰ চৰিত্ৰত অভিলাষ বৰবৰা আৰু আন দুই প্ৰহৰীৰ চৰিত্ৰত উতথ্য কাশ্যপ আৰু দোলন বাহেকৰ অভিনয়ও আছিল সাৱলীল৷ নেপথ্যৰ পোহৰত ৰাতুল বৰা, আৱহ সংগীতত দীপক শৰ্মা, শব্দ টুটু (তিতাবৰ), মঞ্চ সজ্জা দ্বিজেন নাথ, ৰূপসজ্জা নিৰজমণি বৰা, সাজসজ্জা ৰূপা হাজৰিকা, দোলন বাহেক আৰু মানসী দেবী। প্ৰযোজনা সহকাৰী হিচাপে অনন্ত হাজৰিকা, অভিলাষ বৰবৰা, বুধিন দাস, মোহন মুণ্ডা আৰু শম্ভু ঘোষ৷

নাটকৰ শেষত অনুবাদক নাট্যকাৰ দ্বিজেন্দ্ৰ নাথ শৰ্মাক ৰূপজ্যোতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। লগতে শুভেচ্ছা জনোৱা হয় বোকাখাতৰ নৱ নিযুক্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত আৰু নাটকত সহযোগিতা আগবঢ়োৱা দিলীপ গগৈক৷ স্থানীয় দৰ্শকৰ ওপৰিও অসমৰ বিভিন্ন স্থানৰ পৰা অহা গণ্যমান্য নাট্যকৰ্মীসকলে উপস্থিত থাকি উপভোগ কৰা নাটখনিৰ শেষত ৰূপজ্যোতিৰ তৰফৰ পৰা সকলো শিল্পী, কলা কুশলী আৰু দৰ্শকলৈ শলাগ জনোৱা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share10Tweet6Send

Related Posts

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
50
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড
Assam

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

by News Desk
September 24, 2026
50
হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ
Assam

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

by News Desk
September 24, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
59
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
52
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
61
ADVERTISEMENT
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

September 24, 2026
50
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু
National-International

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

September 24, 2026
50
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি
National-International

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

September 24, 2026
50
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

September 24, 2026
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

September 24, 2026
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d