ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰবি আংলঙত গুণগত শিক্ষাৰ বাবে সজাগতা অভিযান কাৰ্যসূচী আৰম্ভ

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
August 1, 2022
Reading Time: 1 min read
A A
0
কাৰবি আংলঙত গুণগত শিক্ষাৰ বাবে সজাগতা অভিযান কাৰ্যসূচী আৰম্ভ

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

দুই পাৰ্বত্য জিলা ক্ৰমে, কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙত গুণগত শিক্ষা প্ৰসাৰৰ বাবে আজি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত পৰিষদৰ নতুন সচিবালয় সভা কক্ষত সজাগতা অভিযান কাৰ্যসূচী আৰম্ভ হয় ৷

কাৰবি আংলঙত গুণগত শিক্ষাৰ বাবে সজাগতা অভিযানসংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে কয় যে, দুয়োখন পাৰব্যত্য জিলাত গুণগত শিক্ষাৰ লগতে আগন্তুক ৫ বছৰত শৈক্ষিক মানদণ্ড উন্ন কৰাৰ বাবে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত সজাগতা অভিযান আৰম্ভ কৰা হৈছে ৷

কাৰবি আংলঙত গুণগত শিক্ষাআজিৰ সজাগতা অভিযানত শিক্ষা বিভাগৰ বিষয়া-কৰ্মী আৰু বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াসকল উপস্থিতিত তেওঁলোকৰ গঠনমূলক মতামত গ্ৰহণ কৰা হয় ৷ অনাগত দিনত দল-সংগঠন আৰু শিক্ষা বিভাগৰ গঠিত প্ৰতিনিধিৰ দলে বিভিন্ন বিদ্যালয়লৈ গৈ বিদ্যালয় উন্নয়ন পৰিচালনা সমিতি আৰু বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে গুণগত শিক্ষা সন্দৰ্ভত মত বিনিময় কৰিব বুলি জানিবলৈ দিয়ে৷ উক্ত সভাত পৰিষদৰ বহু কেইগৰাকী কাৰ্যনিৰ্বাহক সদস্য আৰু সদস্য উপস্থিত থাকে ৷

Tags: AWARNESS JOURNEY in karbi alongসজাগতা অভিযান
Share4Tweet3Send

Related Posts

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

June 18, 2026
50
Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট
National-International

Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

June 18, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
50
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন
DIPHU

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

June 18, 2026
Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

June 18, 2026
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx