ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বিৰোধীৰ ভোট কৰ্তন কৰিবলৈ গুজৰাটত আপ, কংগ্ৰেছৰ আক্ৰমণ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 25, 2022
Reading Time: 1 min read
A A
0
বিৰোধীৰ ভোট কৰ্তন কৰিবলৈ গুজৰাটত আপ, কংগ্ৰেছৰ আক্ৰমণ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

কংগ্ৰেছৰ ভোট বিভাজন কৰি বিজেপিক লাভান্বিত কৰিবলৈ গুজৰাট বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টী (আপ) আৰু আছাদুদ্দিন ওৱেইছিৰ AIMIM-এ যুঁজি আছে। এই ধাৰণা কংগ্ৰেছ নেতাসকলৰ।

আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গুজৰাটত নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই শাসনলৈ আহিলে সাধাৰণ জনতাৰ ব্যাপক উন্নতিৰ প্ৰতিশ্ৰুতি দিছে। আজি আহমেদাবাদ ভ্ৰমণলৈ অহা কংগ্ৰেছ নেতা অশোক গহলৌট আৰু কে চি বেনুগোপালে দাবী কৰে যে কেজৰিৱালৰ এই প্ৰতিশ্ৰুতিসমূহত বহু সুৰুঙা আছে। গুজৰাটৰ মানুহে বিশ্বাস নকৰিব। গুজৰাটৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰ্যবেক্ষক গহলৌটে অভিযোগ কৰি কয় যে কেজৰিৱালে দিল্লীৰ চৰকাৰী কাৰ্যালয়ৰ পৰা মহাত্মা গান্ধীৰ ফটো আঁতৰাই এতিয়া গান্ধীৰ ৰাজ্য গুজৰাটত প্ৰচাৰ চলাই আছে।

দিল্লীত আপ চৰকাৰৰ আবকাৰী নীতিত দুৰ্নীতি সন্দৰ্ভত হুলস্থুল হৈ থকাৰ অভিযোগ আজি কংগ্ৰেছৰ। কেন্দ্ৰীয় সংস্থা তদন্তত নামিছে। অথচ বিজেপিশাসিত গুজৰাটত বিষাক্ত সুৰা সেৱন কৰি মৃত্যুমুখত পৰিছে হাজাৰ হাজাৰ লোক। কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনতে কয়, “গুজৰাটৰ বিজেপি চৰকাৰে বিলকিছ বানোৰ ধৰ্ষণকাৰীক মুকলি কৰি দিয়ে। কেজৰিৱাল এই বিষয়ে নিমাত, দিল্লীৰ হিংসাৰ সময়ত তেওঁ যিদৰে অলসভাৱে বহি আছিল। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে বিজেপি আৰু আম আদমী পাৰ্টিৰ মতাদৰ্শ এক।”

কংগ্ৰেছ নেতা বেনুগোপালৰ দাবী, কংগ্ৰেছে ৫ বছৰ পূৰ্বে নিৰ্বাচনত কেইখনমান আসন হেৰুৱালেও বছৰৰ শেষৰ ফালে গুজৰাটত ক্ষমতালৈ আহিব। একেৰাহে ৯০ দিনীয়া প্ৰচাৰ কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰা হʼব। ৫ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণৰ কথা আছে ৰাহুল গান্ধীৰ।

Tags: গুজৰাট
Share4Tweet3Send

Related Posts

Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা
National-International

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

by Staff Reporter
April 30, 2026
50
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎
National-International

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

by Staff Reporter
April 30, 2026
50
‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭
National-International

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

by Staff Reporter
April 30, 2026
50
‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

by News Desk
April 29, 2026
50
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

ADVERTISEMENT
Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা
National-International

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

April 30, 2026
50
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎
National-International

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

April 30, 2026
50
‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭
National-International

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

April 30, 2026
50
‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎
National-International

‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

April 30, 2026
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

April 30, 2026
‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT