ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

অস্কাৰৰ দৌৰৰ পৰা বাহিৰ ‘কাশ্মীৰ ফাইলছ’, ‘আৰ আৰ আৰ’ : আশা জীয়াই ৰাখিছে গুজৰাটী ছবি ‘চেলো চো’

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 21, 2022
Reading Time: 1 min read
A A
0
অস্কাৰৰ দৌৰৰ পৰা বাহিৰ ‘কাশ্মীৰ ফাইলছ’, ‘আৰ আৰ আৰ’ : আশা জীয়াই ৰাখিছে গুজৰাটী ছবি ‘চেলো চো’

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

আশা পূৰণ নহ’ল। বক্স অফিচত বিপুল ব্যৱসায় কৰি অপৰিসীম জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছতো ৰাজামৌলিৰ ‘আৰ আৰ আৰ’, বিবেক অগ্নিহোত্ৰীৰ ‘দা কাশ্মীৰ ফাইলছ’ আৰু সঞ্জয় লীলা ভাঞ্চালীৰ ‘গাংগুবাই কঠিয়াবাদী’ ছবিকেইখন অস্কাৰৰ দৌৰত পৰাস্ত হ’ল। বিপৰীতে গুজৰাটী ছবি ‘চেলো চোʼয়ে বিগ বাজেটৰ ছবিক পিছ পেলাই গৈছে।

অস্কাৰ ২০২৩ত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত ভাৰতৰ পৰা গৈ আছে ‘চেলো চো’ বা ‘দ্য লাষ্ট শ্ব’। গুজৰাটৰ এখন গাঁৱৰ কাহিনীৰ উন্মেষ ঘটিছে পৰিচালক পান নলিনৰ এই ছবিখনত। মুখ্য চৰিত্ৰত এগৰাকী কিশোৰী।

ডিজিটেল মাধ্যমৰ আগমন আৰু চেলুলয়ডৰ অস্বস্তিৰ অন্ত পৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে ছবিখনত। ইতিমধ্যে এই ছবিখনে দেশ-বিদেশৰ বহু চলচ্চিত্ৰ সমালোচকৰ প্ৰশংসা লাভ কৰিছে। এই ছবিখন ভাৰতৰ পৰা অস্কাৰৰ বাবে পঠোৱাৰ সিদ্ধান্তত পৰিচালকজন আনন্দত আত্মহাৰা হৈ পৰিছে।

উল্লেখযোগ্য যে ১০০০ কোটি টকাৰ ব্যৱসায় কৰাৰ পিছত অহা বছৰৰ অস্কাৰত শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ আৰু মৌলিক সংগীতৰ বাবে ‘আৰ আৰ আৰ’ মনোনীত হʼব বুলি বিভিন্ন বাতৰিকাকতেও লিখিছিল। অৱশেষত উক্ত ছবিখনক চেৰাই আগবাঢ়ি গʼল ‘চেলো চো’।

Tags: কাশ্মীৰ ফাইলছ
Share4Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
50
ADVERTISEMENT
Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা
National-International

May 21, 2026
50
Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ

Pahalgam attack : পহেলগাম হত্যাকাণ্ডত নিয়াৰ চাৰ্জশ্বীটত মাষ্টাৰমাইণ্ডৰ নাম, আক্ৰমণৰদিনা পাকিস্তানৰ পৰা আহিছিল নিৰ্দেশনা

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ
National-International

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

May 21, 2026
Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ

Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ

May 21, 2026
Pahalgam attack : পহেলগাম হত্যাকাণ্ডত নিয়াৰ চাৰ্জশ্বীটত মাষ্টাৰমাইণ্ডৰ নাম, আক্ৰমণৰদিনা পাকিস্তানৰ পৰা আহিছিল নিৰ্দেশনা

Pahalgam attack : পহেলগাম হত্যাকাণ্ডত নিয়াৰ চাৰ্জশ্বীটত মাষ্টাৰমাইণ্ডৰ নাম, আক্ৰমণৰদিনা পাকিস্তানৰ পৰা আহিছিল নিৰ্দেশনা

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT