ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ভয়ংকৰ বিস্ফোৰণত কয়লা খনিত নিহত ২৫ জন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 15, 2022
Reading Time: 1 min read
A A
0
ভয়ংকৰ বিস্ফোৰণত কয়লা খনিত নিহত ২৫ জন

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

এক বিস্ফোৰণত তুৰস্কৰ এটা কয়লা খনি কঁপি উঠে। তাৰ ফলত কমেও ২৫ জন লোকৰ মৃত্যু হয়। ইফালে বিস্ফোৰণৰ বাবে ভূমিস্খলনে বাহিৰলৈ ওলাই অহাৰ পথ বন্ধ কৰি দিয়াৰ বাবে এতিয়াও কমেও ১২ জন লোক মাটিৰ গভীৰত আবদ্ধ হৈ আছে।

উত্তৰ তুৰস্কৰ বাৰ্টিন প্ৰদেশৰ এটা খনিত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰায় ১১০ জন শ্ৰমিক খনিটোত কৰ্মৰত আছিল। ইয়াৰে অৰ্ধ সংখ্যকে খনিটোত প্ৰায় ৩০০ মিটাৰ গভীৰতাত কাম কৰি আছিল। তুৰস্কৰ স্বাস্থ্যমন্ত্ৰী ফাহৰেটিন কোকাই উদ্ধাৰৰ কাম ক্ষিপ্ৰতাৰে চলি আছে বুলি কয়। উক্ত স্থানত ৫১ খন এম্বুলেন্স উপস্থিত হোৱাৰ লগতে ৪ টা জৰুৰীকালীন সঁহাৰি কেন্দ্ৰ স্থাপন কৰা হৈছে।

উদ্ধাৰ অভিযানত সহায় কৰিবলৈ অতিৰিক্ত বাহিনীও মোতায়েন কৰা হৈছে। এতিয়ালৈকে ১১ জন শ্ৰমিকক খনিটোৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু চিকিৎসাধীন হৈ আছে। কʼলা সাগৰৰ উপকূলৰ আমাছৰা অঞ্চলত অৱস্থিত খনিটোৰ পৰা উদ্ধাৰ কৰা লোকসকলৰ অৱস্থা সংকটজনক। গতিকে মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

বিস্ফোৰণত এতিয়াও সন্ধানহীন হৈ থকা লোকসকলৰ পৰিয়ালৰ লোকে খনি এলেকাত ভিৰ কৰিছে। তুৰস্কৰ স্বৰাজ মন্ত্ৰী চুলেমান ছলুৱে কয় যে খনিটোৰ ৩০০ৰ পৰা ৩৫০ মিটাৰ দ অংশটোৱেই আটাইতকৈ বেছি দুৰ্বল। তাত প্ৰায় ৪৯ জন শ্ৰমিকে কাম কৰি আছিল। উদ্ধাৰকাৰী এতিয়াও তাত উপস্থিত হʼব পৰা নাই।

বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। তদন্ত আৰম্ভ হৈছে। প্ৰথম অৱস্থাত খনিটোত মিথেন গেছ জমা হোৱাৰ বাবেই এই বিস্ফোৰণ সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। আজি তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ তায়িপ এৰদোগানে এই স্থান পৰিদৰ্শন কৰে।

Tags: বিস্ফোৰণ
Share4Tweet3Send

Related Posts

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক
National-International

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

by News Desk
August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন
National-International

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

by News Desk
August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

by News Desk
August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

by News Desk
August 17, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

by News Desk
August 17, 2026
50
ADVERTISEMENT
BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক
National-International

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন
National-International

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

August 17, 2026
50
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

August 17, 2026
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx