ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

চীনৰ বহু এপত কেন্দ্ৰৰ নিষেধাজ্ঞা : ভাৰতত বন্ধ হ’ব চীনৰ ১৩৮টা জুৱা আৰু ৯৪টা ঋণ এপ

নিউজ ডেস্কঃ

News Desk by News Desk
February 5, 2023
Reading Time: 1 min read
A A
0
চীনৰ বহু এপত কেন্দ্ৰৰ নিষেধাজ্ঞা : ভাৰতত বন্ধ হ’ব চীনৰ ১৩৮টা জুৱা আৰু ৯৪টা ঋণ এপ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

ভাৰতবৰ্ষৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (Ministry of Electronics and Information Technology) গৃহ মন্ত্ৰালয়ৰ পৰা চীন (China)ৰ সৈতে জড়িত ২০০টা নিষিদ্ধকৰণৰ ব্যৱস্থা কৰা হৈছে। এই এপসমূহ জুৱাৰ সৈতে জড়িত ১৩৮টা এপ (App)ৰ লগতে ৯৪ টা এপ ঋণ আৰু লোণ লিডিং ছেকচনৰ সৈতে জড়িত। কেন্দ্ৰীয় চৰকাৰে এপসমূহৰ ক্লেম্প ডাউন আৰু নিষিদ্ধ কৰিছে।

তথ্যনুসৰি, ভাৰতবৰ্ষৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জৰুৰীকালীনভাৱে এপসমূহ ব্লক কৰাৰ ব্যৱস্থা কৰিছে। বিগত বৰ্ষসমূহত কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২৫০ টা চীনা এপ ভাৰতৰ সাৰ্বভৌমত্ব, অখণ্ডতা, ভাৰতৰ প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে বুলি নিষিদ্ধ কৰিছিল।

app copy1 | ASSAM TIMES POST

কেন্দ্ৰই নিষিদ্ধ কৰা এপসমূহৰ ভিতৰত আছে ক্ৰমে টিক টক, জেণ্ডাৰ, পাবজি, কেমস্কেনাৰ, গাৰিনা ফ্ৰী ফায়াৰৰ দৰে জনপ্ৰিয় এপ। ব্যৱহাৰকাৰীৰ পৰা গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰাৰ লগতে এই এপসমূহত লগ ইন কৰিবলৈ হ’লে ব্যৱহাৰকাৰীসকলৰ পৰা অনুমতি বিচাৰে বুলিও প্ৰকাশ পাইছে। উল্লেখ্য যে, বিভিন্নটা এপৰ লগতে কেন্দ্রই ঋণ দিয়াৰ এপ সন্দর্ভত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।এই লেণ্ডিং এপৰ প্ৰশাসকৰ হাৰাশাস্তি সহ্য কৰিব নোৱাৰাৰ বাবেই বহু লোকে আত্মহত্যাৰ পথ বাচি ল’বলগীয়া হৈছিল। এই ঋণ দিয়া এপসমূহ নিষিদ্ধকৰণে ৰাইজক যথেষ্ট সকাহ প্ৰদান কৰিব।

আনহাতে, দেশৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)য়েও বিগত সময়ত লোন লেণ্ডিং এপৰ ক্ষেত্ৰত মানুহক সাৱধান হ’বলৈ কৈছিল RBI অনুমোদিত বিত্তীয় প্ৰতিষ্ঠানৰ পৰাহে ঋণ ল’বলৈ আহ্বান জনাইছিল। এই এপ গুগল প্লে ষ্ট’ৰৰ পৰা আঁতৰাই দিয়া হ’ব।

Tags: China's app banচীনৰ এপত নিষেধাজ্ঞা
Share4Tweet3Send

Related Posts

Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন
National-International

by News Desk
June 24, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

by Staff Reporter
June 24, 2026
50
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

by Staff Reporter
June 24, 2026
50
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

by News Desk
June 23, 2026
50
ADVERTISEMENT
Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন
National-International

Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

June 24, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
50
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

June 24, 2026
50
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

June 24, 2026
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT