ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Trans Tea Stall I গুৱাহাটী ৰে’লৱে ষ্টেচনত মুকলি “ট্ৰান্স টি ষ্টল”, তৃতীয় লিংগৰ মহিলা সকলক সুবিধা প্ৰদানঃ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 15, 2023
Reading Time: 1 min read
A A
0
Trans Tea Stall I গুৱাহাটী ৰে’লৱে ষ্টেচনত মুকলি “ট্ৰান্স টি ষ্টল”, তৃতীয় লিংগৰ মহিলা সকলক সুবিধা প্ৰদানঃ

RELATED POSTS

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

এখন বিশেষ চাহৰ দোকান, নাম দিয়া হৈছে “ট্ৰান্স টি ষ্ট’ল” (Trans Tea Stall)। এই বিশেষ চাহৰ বিপণীখন মুকলি কৰা হৈছে গুৱাহাটী ৰে’লৱে ষ্টেচনত (Guwahati Railway Station)। এই বিপণীখনত পোৱা যাব চাহৰ লগতে অসমীয়া থলুৱা বা পৰম্পৰাগত খাদ্য-সম্ভাৰ।

Trans Tea Stall
গুৱাহাটী ৰে’লৱে ষ্টেচনত মুকলি “ট্ৰান্স টি ষ্টল”:

তৃতীয় লিংগৰ মহিলা সকলক আগবাঢ়ি যাবলৈ সুবিধা দিয়াৰ অৰ্থে লগতে স্বাৱলম্বিতাৰ দিশত অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত কিঞ্চিৎ সহায় কৰিবৰ বাবে সদৌ অসম ট্ৰান্স জেন্দাৰ সন্থাৰ (Assam Transgender Association) প্ৰতিষ্ঠাপক স্বাতী বিধান বৰুৱাৰ উদ্যোগত এই চাহৰ বিপণীখন মুকলি কৰা হয়।তৃতীয় লিংগৰ লোকসকলক লৈ সমাজত থকা বিভাজন দূৰ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে NF Railwayৰ GM আনচুল গুপ্তাই (Anshul Gupta) । তৃতীয় লিংগৰ মহিলা সকলৰ এই প্ৰচেষ্টাত এতিয়া আনন্দ প্ৰকাশ কৰিছে ৰাজ্যবাসীয়ে। IMG 20230315 232745 | ASSAM TIMES POSTতেওঁলোক আগুৱাই যাওঁক, তাকেই কামনা কৰিছে সকলোৱে।এই “টি ষ্টল” ৰ ফটোৱে এতিয়া ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Trans Tea Stallগুৱাহাটী ৰে'লৱে ষ্টেচনত মুকলি
Share5Tweet3Send

Related Posts

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত
Guwahati

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

by News Desk
October 6, 2026
51
Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered
Guwahati

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

by News Desk
October 5, 2026
51
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
October 4, 2026
53
Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল
Guwahati

Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল

by News Desk
October 2, 2026
51
Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ
Guwahati

Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ

by News Desk
October 2, 2026
51
The Locals : মহানগৰীৰ ক্লাৱত নিশা যুৱতীক উলংগ কৰি প্ৰহাৰ
Guwahati

The Locals : মহানগৰীৰ ক্লাৱত নিশা যুৱতীক উলংগ কৰি প্ৰহাৰ

by News Desk
October 2, 2026
51
ADVERTISEMENT
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ
Assam

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
52
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
51
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান
Assam

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026
51
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

October 6, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d