ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Civic Action Program I কাৰবি আংলঙত 20 বিএন চিআৰপিএফৰ চিভিক একছনৰ জনকল্যাণমূলক আঁচনি ৰূপায়ণ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
March 29, 2023
Reading Time: 1 min read
A A
0
Civic Action Program I কাৰবি আংলঙত 20 বিএন চিআৰপিএফৰ চিভিক একছনৰ জনকল্যাণমূলক আঁচনি ৰূপায়ণ

RELATED POSTS

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

পাহাৰীয়া জিলা কাৰবি আংলঙ (Karbi Anglong) আৰু পশ্চিম কাৰবি আংলং (West Karbi Anglong) জিলাৰ জনসাধাৰণৰ নিৰাপত্তাৰ (Public safety) বাবে নিয়োজিত ২০ বিএন চিআৰপিএফে (20 Bn CRPF) সাধাৰণ জনতাৰ সৈতে সৌহাৰ্দমূলক আৰু বন্ধুত্ব সুলভ মনোভাৱ প্ৰদৰ্শনৰ বাবে জিলাখনৰ বিভিন্ন স্থানত চিভিক একছন কাৰ্যসূচীৰ (Civic Action Program) জৰিয়তে বিভিন্ন জনকল্যাণমূলক (Welfare Program) আঁচনি ৰূপায়ণ কৰি আহিছে ৷

20 বিএন চিআৰপিএফ
20 বিএন চিআৰপিএফৰ চিভিক একছনৰ জনকল্যাণমূলক আঁচনি:

তাৰে অংশ স্বৰূপে আজি বিয়লিৰ ভাগত কাৰবি আংলং জিলাৰ বোকাজান মহকুমাৰ সমীপৰ বংৰুঙ গাঁৱত ২০০০ লিটাৰ ক্ষমতা সম্পন্ন এটা পানীৰ টেংকিসহ (water tanks) বিশুদ্ধ খোৱা পানীৰ (Drinking water) বাবে ব’ৰ ওৱেল, কালভাৰ্ট আৰু খটখটী চিআৰপিএফ কেম্পৰ ৩নং গেটৰ সন্মুখত এটি মেৰামতি কৰা বাছৰ জিৰণি চ’ৰা (Rest house) ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় ৷ ব’ৰ ওৱেলৰ শুভ উদ্ধোধন কৰে ইউনাইটেড ইন্টাৰনেছনেল বংৰুং মিছনৰ সভাপতি খ্ৰীষ্টফাৰ প্ৰিঞ্চ ফাৰ্ণাণ্ডেজে ৷ খটখটী চিআৰপি এফৰ ৩নং গেটৰ ওচৰত মেৰামতি কৰা বাছৰ জিৰণি চ’ৰা উদ্ধোধন কৰে খটখটীৰ জি চি চিআৰপিএফৰ কামাণ্ডেণ্ট গোপাল যাদৱে ৷

আনহাতে ভিতৰুৱা বংৰুং গাৱঁৰ পথৰ ওপৰত ৰাইজৰ সুবিধাৰ বাবে এটি সৰু কালভাৰ্ট সদৃশ আৰচিচি দলঙৰ উদ্ধোধন কৰে ইউনাইটেড ইনটাৰনেছনেল মিচন অফ বংৰুঙৰ সভাপতি খ্ৰীষ্টফাৰ প্ৰিঞ্চ ফাৰ্ণাণ্ডেজে৷ এই উপলক্ষে তিনিটা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে 20 বিএন চিআৰপিএফৰ কামাণ্ডেণ্ট স্বৰ্ণ সিং৷ আনহাতে উদ্ধোধনী উপলক্ষে আয়োজিত তিনিখন সভাৰ সভাপতিত্ব কৰে 20 বিএন চিআৰপিএফৰ দ্বিতীয় কামাণ্ডেণ্ট তিলক ৰাজে ৷

উদ্ধোধনী সভাত স্থানীয় ৰাইজৰ লগতে স্থানীয় গাওঁবুঢ়া আৰু 20 বিএন চিআৰপিএফৰ জোৱান সকল উপস্থিত থাকে ৷ উদ্ধোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত খ্ৰীষ্টফাৰ প্ৰিঞ্চ ফাৰ্ণাণ্ডেজ আৰু কামাণ্ডেণ্ট স্বৰ্ণসিঙে উপস্থিত ৰাইজক উদ্দেশ্যি গুৰৱত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ৷

cr3 1 | ASSAM TIMES POST

২০ বিএন চিআৰপিএফৰ কামাণ্ডেণ্ট স্বৰ্ণ সিঙে কয়যে, চিআৰপিএফে সদায় ৰাইজৰ বুনিয়াদী অভাৱ- অভিযোগৰ প্ৰতি সন্মান জনাই আহিছে ৷ জিলাখনৰ বিভিন্ন স্থানত চিভিক একছন কাৰ্যসূচীৰ অধীনত জিৰণি চৰা, বজাৰ অপেক্ষা চ’ৰা, টিউবৱেল, ছ’লাৰ লাইট, খোৱাপানীৰ ব্যৱস্থাৰ বাবে পানী টেংকি, স্বাস্থ্য শিৱিৰ আদিৰ ব্যৱস্থা কৰি আহিছে ৷ উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্থানীয় কিশোৰ আৰু কিশোৰী সকলৰ দ্বাৰা পৰিৱেশিত নৃত্য, গীতে সকলোকে আপ্লুত কৰে ৷ ২০ বিএন চিআৰপিএফৰ এনে জনকল্যাণমূলক কামৰ বাবে খটখটী বাসী ৰাইজে উচ্চ প্ৰশংসা কৰিছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: karbi anglongPublic welfare schemesকাৰবি আংলঙজনকল্যাণমূলক আঁচনি
Share5Tweet3Send

Related Posts

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

by ASSAM TIMES POST
August 27, 2026
50
Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ
KARBI ANGLONG

Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ

by ASSAM TIMES POST
August 27, 2026
50
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

by ASSAM TIMES POST
August 26, 2026
55
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

by ASSAM TIMES POST
August 26, 2026
58
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
70
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
58
ADVERTISEMENT
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d