![]()
বিগ বছ ১৬ৰ বিজয়ী (Big-Boss-16 winer) গৰাকীয়ে লাভ কৰে ছানিয়া মিৰ্জা (Sania Mirza)ৰ পৰা এক মূল্যৱান উপহাৰ (Valuable Gifts)! বিখ্যাত কোম্পানীৰ জোতা, ছানগ্লাছৰ সংযুক্ত উপহাৰৰ মূল্য প্ৰায় ১.২১ লাখ টকা! ষ্টেনে নিজৰ ইনষ্টাগ্ৰামত এই উপহাৰৰ ফটো শ্বেয়াৰ কৰে। ছানিয়াৰ লগত তেওঁৰ সদায় ভাল সম্পৰ্ক আছে। তেওঁ প্ৰাক্তন টেনিছ সুন্দৰীগৰাকীক দিদি বুলি সম্বোধন কৰে। প্ৰায়ে একেলগে দেখা পোৱা যায়। পাৰ্টিও কৰে। সেয়ে ভনীয়েকে ভাতৃক উপহাৰ দিয়াটো স্বাভাৱিক।

শ্বাহৰুখ খানৰ প্ৰেম!
শ্বাহৰুখ খানৰ প্ৰেম! নয়নতৰাৰ প্ৰেমত! নাও এখনৰ ওপৰত। কিন্তু বাস্তৱত এই কথা সঁচা নহয়। শ্বাহৰুখে পৰ্দাত কি কৰি আছে, জোৱান ছবিখনত। “জোৱান”ৰ গীত ফাদিল! ছবিখনৰ এটা গীতৰ দৃশ্যৰ দৃশ্যগ্ৰহণ চলি আছিল। তাৰেই এটি টুকুৰা ছচিয়েল মিডিয়াত ভাইৰেল। গীতটিৰ সুৰে দৰ্শকৰ মন আকৰ্ষণ কৰিছে। শ্বাহৰুখ-নয়নতৰাৰ ৰসায়নো তেওঁলোকে ভালদৰে উপভোগ কৰিছে। অৱশ্যে অতি সোনকালেই সেই ক্ষন্তেকীয়া দৃশ্যটো ডিলিট হৈ যায়।













