ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Same-sex marriage I ভাৰতত সমলিংগ বিবাহ বৈধ হʼবনেকি? গোচৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠলৈ

নিউজ ডেস্কঃ

News Desk by News Desk
April 18, 2023
Reading Time: 1 min read
A A
0
Same-sex marriage I ভাৰতত সমলিংগ বিবাহ বৈধ হʼবনেকি? গোচৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠলৈ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

এইবাৰ উচ্চতম ন্যায়ালয়ে (Supreme Court) গোচৰটো ৫জন ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰে। ১৮ এপ্ৰিলত ৫জনীয়া ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠত শুনানি গ্ৰহণ কৰা হʼব এই গোচৰৰ। সোমবাৰে আদালতে এই গোচৰটোক মৌলিক গুৰুত্বৰ বিষয় বুলি অভিহিত কৰে।

ভাৰতত সমলিংগ বিবাহক (Same-sex marriage in India) আইনী স্বীকৃতি বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদনৰ এটা গোট দাখিল কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ মতামত জানিব বিচাৰিছিল আদালতে। শেহতীয়াকৈ কেন্দ্ৰৰ হৈ এক শপতনামাৰ জৰিয়তে সমলিংগ বিবাহক লৈ আপত্তি প্ৰকাশ কৰিছে কেন্দ্ৰই। ইয়াৰ পিছতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ে গোচৰটো ৫জনীয়া সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰে। আদালতে কয়, এই সন্দৰ্ভত যিয়েই সিদ্ধান্ত লোৱা হয়, সমাজত ইয়াৰ ডাঙৰ প্ৰভাৱ পৰিব।

সমলিংগ বিবাহ
ভাৰতত সমলিংগ বিবাহ বৈধ হʼবনেকি

সমকামিতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বিগত সময়ত যুগান্তকাৰী ৰায় দি আহিছে। সেয়া ২০১৮ চনৰ কথা। ভাৰতত সমকামিতা অপৰাধ নহয়- উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে ‘এলজিবিটিকিউ’ সম্প্ৰদায়ৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে। এই ৰায়দানৰ পিছত বহুতৰ ধাৰণা যে এই দেশৰ সমকামী লোকসকল অতিশয় ‘স্বাধীন’ হৈ পৰিছে।

আনকি, একাংশ লোকে ভাবে যে সমাজত থকা ভুল ধাৰণাবোৰ বহুখিনি আঁতৰাই পেলোৱা হৈছে। আকৌ সমাজত তথাকথিত সমকামীসকলৰ গ্ৰহণযোগ্যতাও বহুত বাঢ়িছে। ২০১৮ চনৰ সেই ৰায়দানৰ পিছত ভাৰতত সমলিংগ বিবাহক আইনী স্বীকৃতিৰ দাবী অধিক শক্তিশালী হৈ উঠিছিল। আনকি, দেশৰ শীর্ষ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ৰ পাছত দেশত সমলিংগ বিবাহ সংঘটিত হৈছে৷ কলকাতা, হায়দৰাবাদকে ধৰি দেশৰ বিভিন্ন চহৰত এনেধৰণৰ বিবাহৰ খবৰ শিৰোনামলৈ আহিছে।

২০১৮ চনত উচ্চতম ন্যায়ালয়ে সমকামিতাৰ ৰায়দানৰ পিছত সমলিংগ বিবাহক আইনী স্বীকৃতিৰ দাবী তীব্ৰতৰ হৈ পৰে। যদিও কেন্দ্ৰই ইয়াৰ ওপৰত আপত্তি কৰিছে। কেন্দ্ৰৰ মতে এনে বিবাহ ভাৰতীয় পাৰিবাৰিক সংস্কৃতিৰ লগত সামঞ্জস্যপূৰ্ণ নহয়।

Tags: Same-sex marriage in IndiaSAMESEXMARRAGEভাৰতত সমলিংগ বিবাহসমলিংগ বিবাহ
Share4Tweet3Send

Related Posts

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

June 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx