ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Same-sex marriage I সমলিংগ বিবাহক সমৰ্থন কৰে কংগনাই! শ্বাহৰুখে ছাত্ৰীৰ লগত প্ৰতাৰণা কৰিছে?

নিউজ ডেস্কঃ

News Desk by News Desk
May 2, 2023
Reading Time: 1 min read
A A
0
Same-sex marriage I সমলিংগ বিবাহক সমৰ্থন কৰে কংগনাই! শ্বাহৰুখে ছাত্ৰীৰ লগত প্ৰতাৰণা কৰিছে?

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

সমলিংগ বিবাহ (Same-sex marriage)ত সমৰ্থন! কংগনা ৰানাৱ (Kangana Ranaut)ত প্ৰাচীনপন্থী। যিসকলে এনে ধৰণৰ অপবাদ দিয়ে তেওঁলোকৰ মুখত চূণ পৰিল। সমলিংগ বিবাহৰ সমৰ্থনত ওলাই আহিছে অভিনেত্ৰীগৰাকী। বৰ্তমান এই বিষয়টোৱেই আটাইতকৈ বেছি চৰ্চিত বিষয় হৈ পৰিছে। সমলিংগ বিবাহৰ স্বীকৃতি বিচাৰি সমলিংগ লোকৰ লগত একগোট হৈছে। আইনীভাৱে যুঁজিছে। কংগনাৰ সমৰ্থনে যেন তেওঁলোকক অধিক সাহস দিছে। এনে দাবী অপূৰ্ব আছৰানিৰ।

 সমলিংগ বিবাহ
সমলিংগ বিবাহক সমৰ্থন কৰে কংগনাই:

তেওঁৰ মতে, এই বিষয়ত শিল্পীসকলে মুখ মেলিবলৈ লাজ কৰে। ইয়াত কংগনা অনায়াসে ওলাই আহিছে। কি কʼলে তেওঁ? নায়িকাগৰাকীয়ে দাবী কৰে যে যদি দুটা ভিন্ন হৃদয় এক হʼব বিচাৰে তেন্তে আইনে বাধা দিব নোৱাৰে।

ছাত্ৰীৰ লগত প্ৰতাৰণা!

শ্বাহৰুখ খানে ছাত্ৰীৰ লগত প্ৰতাৰণা কৰিছে? সংবাদ মাধ্যমে তেনেকৈয়ে কয়। বাতৰি মতে, এড-টেক ব্ৰেণ্ড (Ad-Tech Brands)ৰ মেনেজাৰ বাইজু (Byju) আৰু বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান (Shah Rukh Khan)ৰ বিৰুদ্ধে ‘প্ৰতাৰণামূলক আচৰণ’ (Cheating behaviour)ৰ অভিযোগ দাখিল কৰা হৈছে। ২০২১ চনৰ ইউ পি এছ চি পৰীক্ষাৰ প্ৰাৰ্থী প্ৰিয়ংকা দীক্ষিতৰ এই অভিযোগ। আয়োগৰ লগতে ছাত্ৰীগৰাকীয়েও অভিযোগ কৰে যে তেওঁ সংস্থাটোক ১.৮ লাখ টকা দিছিল। কিন্তু তেওঁ প্ৰশিক্ষণৰ সুবিধা নাপালে।

Tags: KanganaSame-sex marriageShah Rukh Khanকংগনাশ্বাহৰুখ খানসমলিংগ বিবাহ
Share4Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

January 2, 2025
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT