Kanaklata University I ৮ নৱেম্বৰত কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে
অহা ৮ নৱেম্বৰত গহপুৰৰ ভোলাগুৰি চাহবাগিচাত আনুষ্ঠানিকভাৱে নিৰ্মাণকাৰ্য আৰম্ভ হ'ব স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ (Kanaklata University) নামত স্থাপন হ'বলগীয়া ৰাজ্যিক ...







