US Intelligence Report । আমেৰিকাত নিষিদ্ধ ঔষধ চোৰাং সৰবৰাহৰ দ্বিতীয় স্থানত ভাৰত, আমেৰিকাৰ চোৰাংচোৱাৰ দাবী
আমেৰিকাত নিষিদ্ধ ঔষধ ফেণ্টানিল আৰু ইয়াক প্ৰস্তুতৰ সঁজুলিসমূহ চীনৰ পৰা বেছিকৈ সৰবৰাহ হয়। আনহাতে, দ্বিতীয় স্থানত আছে ভাৰত। শেহতীয়াকৈ প্ৰকাশিত ...







