বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত আৰু কাজিৰঙাৰ সাংবাদিক ৰঞ্জিত ৰজকলৈ গোলাঘাট প্ৰেছ ক্লাবৰ বঁটা ঘোষণা:
গোলাঘাট প্ৰেছ ক্লাবে আজি জিলাখনৰ কেইবাগৰাকীও সাংবাদিকলৈ ঘোষণা কৰা বিশেষ বঁটাত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তলৈ জীৱনজোৰা সাধনা ...







