Cleanest city of India I একেৰাহে অষ্টমবাৰৰ বাবে দেশৰ স্বচ্ছ চহৰ ইন্দোৰ, তালিকাত গুৱাহাটী আৰু লখিমপুৰ
ইন্দোৰক পুনৰবাৰ দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ (Cleanest City) হিচাপে নিৰ্বাচিত কৰা হৈছে। কেন্দ্রীয় চৰকাৰে দেশৰ নগৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বছৰি এক ...







