NEET paper leak । প্ৰশ্নকাকত ফাদিল চক্ৰত প্ৰায় ১০০ কোটি টকাৰ লেনদেন; বিক্ৰীৰ বাবে আছে পাইকাৰী বজাৰ, খুচুৰা ব্যৱসায়ো
যিকোনো পৰীক্ষাৰ প্ৰশ্নকাকত (NEET paper leak) ফাদিল চক্ৰত ১০০ কোটিতকৈ অধিক টকাৰ লেনদেনৰ সম্ভাৱনা আছে। গোটেই কামটো অতি সংগঠিতভাৱে কৰা ...







