Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’
খাদ্য নিয়ন্ত্ৰক সংস্থাৰ প্ৰশ্নৰ সন্মুখীন হৈ এইবাৰ মুখ খুলিলে বিছলেৰীয়ে (Bislari Water)। কোম্পানীটোৱে দাবী কৰিছে যে তেওঁলোকৰ পেকেটত ভৰোৱা খোৱাপানী ...







