Yamuna water pollution I যমুনাৰ পানী প্ৰদূষিত হ’লে দায়িত্ব ল’ব লাগিব, জৰিমনাও ভৰিব; ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ সকীয়নি উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ে যমুনা প্ৰদূষণ (Yamuna water pollution) সন্দৰ্ভত ৰাজ্য, জিলা আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ এক সকীয়নি বাৰ্তা প্ৰদান কৰিছে। ৰাজ্য, জিলা ...






