Assam Election 2026 I দিছপুৰত প্ৰদ্যুৎ বৰদলৈ, পাখি কটা গ’ল অতুল বৰা-সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ; বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ
অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত প্ৰকাশ পালে অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৮৮ জনীয়া প্ৰাৰ্থী তালিকা (Assam Election)। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা ...







