Seva Teerth I প্ৰধানমন্ত্ৰীৰ নতুন কাৰ্যালয় ‘সেৱাতীৰ্থ’ত প্ৰথমদিনা কি কি প্ৰকল্পত স্বাক্ষৰ কৰিলে মোদীয়ে?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi) সলনি কৰিলে নিজৰ কাৰ্যালয়ৰ ঠিকনা। এতিয়াৰ পৰা ছাউথ ব্লকত আৰু নাথাকিব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় বা পি ...







