ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Seva Teerth I  প্ৰধানমন্ত্ৰীৰ নতুন কাৰ্যালয় ‘সেৱাতীৰ্থ’ত প্ৰথমদিনা কি কি প্ৰকল্পত স্বাক্ষৰ কৰিলে মোদীয়ে?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 14, 2026
Reading Time: 1 min read
A A
0
Seva Teerth I অতীত হ’ল ৭৯ বছৰীয়া ছাউথ ব্লক, আজিৰে পৰা প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নতুন ঠিকনা সেৱা তীৰ্থ

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎বিজয় শপতগ্ৰহণত বন্দে মাতৰম সংগীত

‎মালিত সন্ত্ৰাসবাদীৰ তাণ্ডৱ I ৭০ৰ অধিক লোকক হত্যা, দায়িত্ব স্বীকাৰ আল-কায়দাৰ

‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi) সলনি কৰিলে নিজৰ কাৰ্যালয়ৰ ঠিকনা। এতিয়াৰ পৰা ছাউথ ব্লকত আৰু নাথাকিব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় বা পি এম অ’। শুকুৰবাৰে মোদীয়ে চেণ্ট্ৰেল ভিষ্টাত তিনিটা অট্টালিকাৰে গঠিত এটা নতুন কমপ্লেক্স উদ্বোধন কৰে, যাৰ চৰকাৰী নাম ‘সেৱাতীৰ্থ’। উদ্বোধনীৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে নতুন কাৰ্যালয়ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

Seva Teerth I 
‘সেৱাতীৰ্থ’ত প্ৰথমদিনা কি কি প্ৰকল্পত স্বাক্ষৰ কৰিলে মোদীয়ে?:

তেওঁ কিছুমান ফাইলত স্বাক্ষৰ কৰে, যিবোৰে দেশৰ মহিলা, কৃষক আৰু যুৱক-যুৱতীসকলক উপকৃত কৰিব বুলি প্ৰশাসনিক মহলে বিশ্বাস কৰে। কেৱল সেয়াই নহয়, দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা সম্পৰ্কীয় নতুন প্ৰকল্পৰ নথি-পত্ৰতো স্বাক্ষৰ কৰে প্ৰধানমন্ত্ৰীয়ে।

‘সেৱাতীৰ্থ’ নামৰ নতুন কমপ্লেক্সটোত পি এম অ’ৰ উপৰি আৰু দুটা অট্টালিকা থাকিব। সেই দুটা অট্টালিকাত থাকিব কেবিনেট সচিবালয় আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ কাৰ্যালয়। ইয়াৰ সমান্তৰালকৈ ‘কর্তব্য-১’ আৰু ‘কর্তব্য-২’ নামেৰে দুটা অট্টালিকাও আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়৷

কেন্দ্ৰীয় বিত্ত, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কৰ্প’ৰেট, শিক্ষা, সংস্কৃতি, আইন আৰু ন্যায়, তথ্য আৰু সম্প্ৰচাৰ, কৃষি আৰু কৃষক কল্যাণ, সাৰ আৰু ৰাসায়নিক আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহ তালৈ স্থানান্তৰ কৰা হ’ব।

উদ্বোধনীৰ লগে লগে মোদীয়ে ‘সেৱাতীৰ্থ’ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ ‘প্ৰধানমন্ত্ৰী সহায়তা আঁচনি’ মুকলি কৰে। এই নতুন আঁচনিৰ অধীনত দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা নাগৰিকে লাভৱান হ’ব।

এই আঁচনিৰ অধীনত দুৰ্ঘটনাত আঘাতপ্ৰাপ্তসকলে ডেৰ লাখ টকাৰ নগদবিহীন চিকিৎসা লাভ কৰিব। ইয়াৰ উপৰি কেন্দ্ৰৰ ‘লাখপতি দিদি’ আঁচনিৰ লক্ষ্য আৰু অধিক বৃদ্ধি কৰিছে চৰকাৰে।

২০২৩ চনত মোদী চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছিল। এই সিদ্ধান্ত লোৱা হৈছে যাতে মহিলাসকল স্বাৱলম্বী হ’ব পাৰে। এই আঁচনিৰ অধীনত মহিলাক ৫ লাখ টকা পৰ্যন্ত সুতমুক্ত ঋণ প্ৰদান কৰা হয়।

প্ৰথম অৱস্থাত ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত তিনি কোটি মহিলা এই আঁচনিৰ দ্বাৰা সামৰি লোৱা হ’ব বুলি সহমতত উপনীত হৈছিল। কিন্তু প্ৰধানমন্ত্ৰীয়ে সেই লক্ষ্য দুগুণ কৰিলে। ২০২৯ চনৰ মাৰ্চ মাহৰ ভিতৰত ছয় কোটি মহিলাক সামৰি লোৱা হ’ব বুলি ঘোষণা কৰা হৈছে।

ইয়াৰ উপৰি মোদীয়ে কৃষকৰ বাবেও এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰীৰ কৃষি আন্তঃগাঁথনি পুঁজিৰ ব্যয় এক লাখ কোটি টকাৰ পৰা দুগুণ বৃদ্ধি কৰা হৈছে। সংশ্লিষ্ট নথি-পত্ৰত স্বাক্ষৰ কৰে মোদীয়ে।

তদুপৰি নতুন প্ৰজন্ম বা ষ্টাৰ্টআপৰ কথা চিন্তা কৰা সকলক সপোন বাস্তৱায়িত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কিছু সুবিধা প্ৰদান কৰিছে। শুকুৰবাৰে প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত ১০ হাজাৰ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনায়।

Tags: .প্ৰথমদিনা কি কি প্ৰকল্পত স্বাক্ষৰ কৰিলে মোদীয়ে?প্ৰধানমন্ত্ৰীৰ নতুন কাৰ্যালয় ‘সেৱাতীৰ্থ’ত
Share4Tweet3Send

Related Posts

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

‎বিজয় শপতগ্ৰহণত বন্দে মাতৰম সংগীত

by Staff Reporter
May 10, 2026
50
উগ্ৰবাদ প্ৰসাৰৰ ক্ষেত্ৰত শত্ৰু দেশ সক্ৰিয় হৈ আছে, কেন্দ্ৰৰ অভিযোগ
National-International

‎মালিত সন্ত্ৰাসবাদীৰ তাণ্ডৱ I ৭০ৰ অধিক লোকক হত্যা, দায়িত্ব স্বীকাৰ আল-কায়দাৰ

by Staff Reporter
May 10, 2026
50
‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা
National-International

‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা

by Staff Reporter
May 10, 2026
50
‎তৃণমূলৰ হৈ কাম কৰিছিল পশ্চিম বংগত I বিজয়ৰ মন্ত্ৰীসভাত কনিষ্ঠতম সদস্য, ৫টা ভাষাত দক্ষ
National-International

‎তৃণমূলৰ হৈ কাম কৰিছিল পশ্চিম বংগত I বিজয়ৰ মন্ত্ৰীসভাত কনিষ্ঠতম সদস্য, ৫টা ভাষাত দক্ষ

by Staff Reporter
May 10, 2026
50
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

‎বেংগালুৰুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাস্থলীৰ তিনি কিলোমিটাৰৰ ভিতৰত বিস্ফোৰক উদ্ধাৰ ‎

by Staff Reporter
May 10, 2026
50
Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে
National-International

Tamil Nadu new Govt : অৱশেষত চৰকাৰ গঠনৰ পথত বিজয়ৰ দল, মেজিক নম্বৰত উপনীত টিভিকে

by News Desk
May 9, 2026
50
ADVERTISEMENT
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

‎বিজয় শপতগ্ৰহণত বন্দে মাতৰম সংগীত

May 10, 2026
50
উগ্ৰবাদ প্ৰসাৰৰ ক্ষেত্ৰত শত্ৰু দেশ সক্ৰিয় হৈ আছে, কেন্দ্ৰৰ অভিযোগ
National-International

‎মালিত সন্ত্ৰাসবাদীৰ তাণ্ডৱ I ৭০ৰ অধিক লোকক হত্যা, দায়িত্ব স্বীকাৰ আল-কায়দাৰ

May 10, 2026
50
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized
Assam

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

May 10, 2026
50
‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা
National-International

‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা

May 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

‎বিজয় শপতগ্ৰহণত বন্দে মাতৰম সংগীত

May 10, 2026
উগ্ৰবাদ প্ৰসাৰৰ ক্ষেত্ৰত শত্ৰু দেশ সক্ৰিয় হৈ আছে, কেন্দ্ৰৰ অভিযোগ

‎মালিত সন্ত্ৰাসবাদীৰ তাণ্ডৱ I ৭০ৰ অধিক লোকক হত্যা, দায়িত্ব স্বীকাৰ আল-কায়দাৰ

May 10, 2026
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

May 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx