Baksa Jail protest । বাক্সাৰ কাৰাগাৰত শ্যামকানু-সিদ্ধাৰ্থ উপস্থিত হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতি, কাৰ্ফিউ জাৰি
বাক্সাৰ নৱনিৰ্মিত জিলা কাৰাগাৰত উত্তপ্ত পৰিস্থিতি। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ পাঁচ অভিযুক্ত কাৰাগাৰত উপস্থিত হোৱাৰ সময়তে সৃষ্টি হয় এই পৰিস্থিতিৰ। ...







