Electricity charges hiked I বকলীয়াঘাটত বিদ্যুত মাছুল বৃদ্ধিৰ প্ৰতিবাদত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ যুৱছাত্ৰৰ
বিদ্যুতৰ মাছুল বৃদ্ধিৰ প্ৰতিবাদত (Protest against electricity charges hike) আজি বিয়লি বকলীয়াঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (Asom Jatiyatabadi Yuba ...







