বজাৰৰ ভিৰৰ সুবিধা লৈ দুজন সাংবাদিকক লক্ষ্য কৰি গুলীচালনা! উত্তৰ প্রদেশত গ্রেপ্তাৰ দুষ্কৃতিকাৰী
উত্তৰ প্রদেশৰ সোনভদ্র অঞ্চলত দুজন সাংবাদিকক লক্ষ্য কৰি গুলীচালনা কৰে দুষ্কৃতিকাৰীয়ে। গুলীবিদ্ধ সাংবাদিক দুজন চিকিৎসাধীন। গ্রেপ্তাৰ হৈছে অভিযুক্ত। বজাৰৰ ভিৰৰ ...







