ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

Staff Reporter by Staff Reporter
July 17, 2026
Reading Time: 1 min read
A A
0
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

ৰাজধানী ঢাকাকে ধৰি বাংলাদেশৰ বিভিন্ন প্ৰান্তত সুকলমে উদযাপন কৰা হয় ৰথযাত্ৰা উৎসৱ (Rath Yatra)। ঢাকাৰ ইস্কনৰ স্বামীবাগ আশ্ৰমত দেখা গ’ল জনসমাগম। জগন্নাথ, বলোৰাম আৰু সুভদ্ৰাৰ ৰথৰ ৰছী স্পৰ্শ কৰিবলৈ তাত হাজাৰ হাজাৰ ভক্ত আৰু দৰ্শনাৰ্থী উপস্থিত হয়।
ISKCON Rath Yatra ।
নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা:

বৃহস্পতিবাৰে বিয়লি ৩.৩০ বজাত (স্থানীয় সময় অনুসৰি) স্বামীবাগৰ ইস্কনৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু মূল মন্দিৰৰ পৰা আৰম্ভ হয় জগন্নাথ, বলোৰাম আৰু সুভদ্ৰাৰ ৰথযাত্ৰা। বিডি নিউজত প্ৰকাশিত খবৰ অনুসৰি, এই শোভাযাত্ৰা জয়কালী মন্দিৰৰ মাজেৰে পাৰ হৈ চপলা চত্তৰত উপস্থিত হয়।

ইয়াৰ পিছত পল্টন ম’ৰে, সচিবালয় মেট্ৰ’ ষ্টেচন, নেশ্যনেল প্ৰেছ ক্লাব, হাইকোৰ্ট, ড’ৱেল চত্তৰ, শ্বাহিদ মিনাৰ আৰু প্লাছিৰ ম’ৰে হৈ ঢাকেশ্বৰী ৰাষ্ট্ৰীয় মন্দিৰত শেষ হয়। হৰিনাম সংকীৰ্ত্তন কৰা হয় আৰু বিশ্ব শান্তি আৰু সমৃদ্ধিৰ বাবে ‘অগ্নিহোত্ৰ যজ্ঞ’ কৰা হয়। ৰথৰ পৰা ভক্তসকলক প্ৰসাদো বিতৰণ কৰা হয়।

আয়োজকসকলে জনোৱা মতে, ২৪ জুলাইৰ (শুকুৰবাৰ) পৰা আৰম্ভ হ’ব উলটাৰথ যাত্ৰা। উলতাৰথ যাত্ৰা ঢাকেশ্বৰী মন্দিৰৰ পৰা ইস্কনৰ স্বামীবাগ আশ্ৰমলৈ একেটা পথতে সমাপ্ত হ’ব। ২০২৪ চনৰ ৫ আগষ্টত গণ প্ৰতিবাদৰ বাবে বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰৰ পতন ঘটিছিল।

তাৰ পিছৰে পৰা তাত সংখ্যালঘু বিশেষকৈ হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে। মহম্মদ ইউনুছৰ নেতৃত্বত পূৰ্বৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দিনত ইছলাম ধৰ্মক অপমান কৰাৰ অভিযোগত হিন্দুক আক্ৰমণ কৰাৰ লগতে আনকি দীপু দাসকে ধৰি কেইবাজনো লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইস্কনৰ চট্টগং সংমণ্ডলৰ প্ৰাক্তন সম্পাদক সন্ন্যাসী চিন্ময়কৃষ্ণ দাসক ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা আৰু দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। কিন্তু নতুন প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ অধীনত বাংলাদেশত শান্তিপূৰ্ণভাৱে উদযাপন কৰা হয় ৰথযাত্ৰা।

Tags: ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশনতুন চৰকাৰৰ যুগত বাংলাদেশতনিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা
Share4Tweet3Send

Related Posts

Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী
National-International

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

by Staff Reporter
July 17, 2026
50
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

by News Desk
July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

by News Desk
July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

by News Desk
July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

by Staff Reporter
July 16, 2026
50
ADVERTISEMENT
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী
National-International

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

July 17, 2026
50
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx