ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

নিউজ ডেস্কঃ

News Desk by News Desk
July 16, 2026
Reading Time: 1 min read
A A
0
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

বনাঞ্চল হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে (Bombay High Court)। মুম্বাই আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে বনাঞ্চলৰ ভূমি মুকলি কৰাটো চিন্তনীয় বুলি আদালতে বিবেচনা কৰিছে। উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে যদি এনেদৰে চলি থাকে তেন্তে ভৱিষ্যতে মানুহে লগত অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব।

মহাৰাষ্ট্ৰত চলি আছে বুলেট ট্ৰেইন প্ৰকল্প (Bullet train project)। সেই কামৰ লগত জড়িত বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবে মাটিৰ প্ৰয়োজন। এই সন্দৰ্ভত মহাৰাষ্ট্ৰ ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানীয়ে মুম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ৩.৩৫ হেক্টৰ বনাঞ্চলত গছকটাৰ অনুমতি (Permission for cutting trees in the forest area) বিচাৰিছে। বিদ্যুৎ কোম্পানীটোৰ মতে, প্ৰকল্পটোৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ কামৰ বাবে উক্ত বনাঞ্চলৰ ৮৪৭ডাল গছ কাটিব লাগিব। উক্ত গোচৰৰ প্ৰেক্ষাপটতে উচ্চ ন্যায়ালয়ে পৰিৱেশক লৈ উদ্বেগ প্ৰকাশ কৰে। চলিত সপ্তাহত বম্বে উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰবীন্দ্ৰ ঘুগেৰ বিভাগীয় বিচাৰপীঠত শুনানি গ্ৰহণ কৰা হয়। আদালতে পৰ্যবেক্ষণ কৰে যে মেনগ্ৰোভ আৰু অন্যান্য গছ ধ্বংস হোৱাৰ ফলত মুম্বাই আৰু ইয়াৰ আশে-পাশে থকা পৰিৱেশৰ অপূৰণীয় ক্ষতি হৈছে। আদালতে মন্তব্য কৰে যে ইতিমধ্যে মুম্বাইত অক্সিজেনৰ ইমান নাটনি হৈছে। গছ কাটিলে মুম্বাই আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বাবে এক বৃহৎ ক্ষতি। উন্নয়নৰ বাবে যদি এনেদৰে মেনগ্ৰোভ আৰু বনাঞ্চল ধ্বংস হৈ থাকে তেন্তে মানুহে অক্সিজেন চিলিণ্ডাৰ লৈ ঘূৰি ফুৰিব লাগিব। সেই চিলিণ্ডাৰৰ পৰা নিয়মীয়াকৈ অক্সিজেন ল’ব লাগিব। সেই দিনটো হয়তো বহু দূৰৈত নাই।

forest | ASSAM TIMES POST
অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ বম্বে উচ্চ ন্যায়ালয়ৰ উদ্বেগ

উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে মহাৰাষ্ট্ৰ চৰকাৰে গছকটাৰ পৰিৱৰ্তে নতুন গছপুলি ৰোপণৰ ক্ষেত্ৰত যি পদ্ধতিৰে কাম কৰিছে তাৰো সমালোচনা কৰে। এই ক্ষেত্ৰত চৰকাৰে গছ কটাবলগীয়া অঞ্চলৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্বত থকা সোলাপুৰত গছপুলি ৰোপণৰ প্ৰস্তাৱ আগবঢ়াইছে। অৱশ্যে আদালতে এই কথাত সন্মতি নিদিলে। ন্যায়াধীশগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে যে গছ কাটিবলগা ঠাইৰ পৰা কেইবাশ কিলোমিটাৰ দূৰৈত কিয় নতুন গছ ৰোপণ কৰা হ’ব। উচ্চ ন্যায়ালয়ৰ মতে, এই পদ্ধতিৰে গছ ৰোপণ কৰিলে গছ কাটি থকা অঞ্চলৰ পৰিৱেশ উন্নত নহয়।

মহাৰাষ্ট্ৰৰ মহাধিবক্তাগৰাকীয়ে লগতে কয় যে গছ কাটিব পৰা অঞ্চলৰ সমীপত চৰকাৰে গছপুলি ৰোপণৰ ব্যৱস্থা কৰিব। এনে এলেকা চিনাক্ত কৰা হ’ব বুলিও তেওঁ আদালতত কয়। পৰৱৰ্তী শুনানিৰ পূৰ্বে পালঘৰ অঞ্চলৰ সমীপত গছপুলি ৰোপণৰ বাবে ভূমি চিনাক্ত কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে।

আনহাতে, আদালতৰ মন্তব্য, “সমস্যাটো হ’ল আপোনালোকে গছ পুনৰ ৰোপণ নকৰে। ৰোপণ কৰিলেও গছপুলিবোৰ পিছত মৰি যায়। আপোনালোকে কেৱল কিবা এটা ৰোপণ কৰাৰ দৰে এখন প্ৰতিচ্ছবি সৃষ্টি কৰে। কিন্তু ৰোপণৰ পিছত আপোনালোকে পিছলৈ ঘূৰি নাচায় যে সেইটো জীয়াই আছে নে নাই।” উচ্চ ন্যায়ালয়ে কয় যে বুলেট ট্ৰেইন কৰিড’ৰৰ কাম বন্ধ কৰিবলৈ কোৱা নাই। অৱশ্যে পৰিৱেশৰ দিশবোৰক গুৰুত্ব দিবলৈ কোৱা হৈছে। গছকটাৰ পূৰ্বে গছপুলি ৰোপণ আৰম্ভ কৰিব লাগে বুলিও আদালতে প্ৰস্তাৱ আগবঢ়াইছে।

Tags: deforestation
Share4Tweet3Send

Related Posts

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

by News Desk
July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

by Staff Reporter
July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

by Staff Reporter
July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

by Staff Reporter
July 16, 2026
50
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
National-International

Air India I সম্পূৰ্ণ হোৱাৰ পথত এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাৰ তদন্ত, কেতিয়া ওলাব চূড়ান্ত প্ৰতিবেদন?

by Staff Reporter
July 16, 2026
50
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

by News Desk
July 15, 2026
50
ADVERTISEMENT
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx