ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল

নিউজ ডেস্কঃ

News Desk by News Desk
November 2, 2026
Reading Time: 1 min read
A A
0
Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল

RELATED POSTS

Bullet Train : বেংগালুৰুৰ কাৰখানাত নিৰ্মাণ আৰম্ভ দেশৰ প্ৰথমখন বুলেট ট্ৰেইন

INDIA rally : ইণ্ডিয়াৰ সমাবেশৰ বাবে বন্ধ ২.৫ লাখ দোকান, লোকচান ১১ হাজাৰ কোটি; বণিক সন্থাৰ দাবী

AAP MLA resigns : পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে আপত আঘাত, ঝাড়ু এৰি পদুমত ধৰিলে ৩ বিধায়কে

New Logo Smal 1 | ASSAM TIMES POST

দক্ষিণ-পশ্চিম আৰু ইয়াৰ কাষৰ দক্ষিণ-পূব বংগ উপসাগৰৰ গভীৰ চাপ নিৰ্ধাৰিত সময়ৰ পূৰ্বেই দেওবাৰে তীব্ৰতৰ হৈ ঘূৰ্ণীবতাহলৈ পৰিণত হয়। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, সোমবাৰে ‘মুৰাছু’ তীব্ৰতৰ হৈ অতি ভয়াৱহ ঘূৰ্ণীবতাহলৈ পৰিণত হয়। বতৰ বিজ্ঞান বিভাগে দিয়া খবৰ অনুসৰি, সোমবাৰে পুৱা চেন্নাইৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ পূব-উত্তৰ-পূব, নেল্লোৰৰ পৰা ২১০ কিলোমিটাৰ পূব-দক্ষিণ-পূব, মাচিলিপট্টনমৰ পৰা ২৭০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূব, কাৱলীৰ পৰা ২২০ কিলোমিটাৰ পূব-দক্ষিণ-পূব আৰু অংগোলেৰ পৰা ২৬০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবে ইয়াৰ অৱস্থান। সোমবাৰে মাজনিশাৰ পৰা মঙলবাৰে পুৱাৰ ভাগত এই ঘূৰ্ণীবতাহ স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান বিভাগে জনাইছে যে অন্ধ্ৰ উপকূলৰ কাষে কাষে স্থলপথত প্ৰৱেশ প্ৰক্ৰিয়া সংঘটিত হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় সময় অনুসৰি মঙলবাৰে পুৱা মুৰাছুৱে অন্ধ্ৰপ্ৰদেশৰ দক্ষিণ উপকূল নেল্লোৰ আৰু নৰছাপুৰৰ মাজত পাৰ হোৱাৰ সম্ভাৱনা আছে। ঘূৰ্ণীবতাহৰ দৰে স্থলভাগ অতিক্ৰম কৰাৰ সময়ত বতাহৰ গতি ঘণ্টাত ১১০-১২০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, বতাহৰ তীব্ৰ বেগ ঘণ্টাত ১২০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। বতৰ বিজ্ঞান বিভাগৰ ভৱিষ্যদ্বাণী অনুসৰি, অন্ধ্ৰপ্ৰদেশৰ কেইবাটাও স্থানত ইতিমধ্যে প্ৰবল বৰষুণ আৰম্ভ হৈছে। বতৰ বিজ্ঞান বিভাগে অন্ধ্ৰ-তামিলনাডু উপকূলত ৰেড এলাৰ্ট জাৰি কৰিছে। আনহাতে, ওড়িশাতো প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী দিয়া হৈছে।

cy | ASSAM TIMES POST
‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল

পৰিস্থিতিৰ বাবে চেন্নাই বিমানবন্দৰৰ পৰা উৰণ আৰু অৱতৰণ কৰা ১১ খন বিমান বাতিল কৰা হৈছে। তদুপৰি পৰিস্থিতিৰ বাবে কিছু বিমানৰ সময়সূচীও সলনি কৰা হৈছে।

‘অৰ্ণৱ’ৰ পিছত কোনখন দেশে এই ঘূৰ্ণীবতাহৰ নাম ‘মুৰাছু’ ৰাখিলে আৰু কিয় ৰাখিলে ? ‘মুৰাছু’ নামটো মূলতঃ উত্তৰ ভাৰত মহাসাগৰ অঞ্চলত গঠিত গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহৰ নাম তালিকাত ভাৰতে প্রস্তাৱ কৰা নাম৷ এই প্ৰসংগত মন কৰিবলগীয়া যে বংগ উপসাগৰ আৰু আৰব সাগৰত গঠিত ঘূৰ্ণীবতাহৰ নাম ‘বিশ্ব বতৰ বিজ্ঞান সংস্থা’ (আৰু ‘এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক আয়োগ’)ৰ অধীনত ‘ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ ওপৰত পেনেল’ (Panel on Tropical Cyclones) দ্বাৰা নিৰ্ধাৰণ কৰা হয়। এই নামকৰণ প্ৰক্ৰিয়াটো ২০০৪ চনৰ পৰা আৰম্ভ হৈছিল। পিছলৈ আৰু বহু দেশে এই পেনেলত যোগদান কৰাৰ লগে লগে যোৱা কেইবছৰমানৰ পৰা তালিকাখনৰ পৰিসৰো বৃদ্ধি পাইছে। বৰ্তমান ডব্লিউ এম অ’ৰ সদস্যৰ সংখ্যা ১৯৪; এই তালিকাত ১৮৮ খন সদস্য ৰাষ্ট্ৰ আৰু ৬টা অঞ্চল অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতে প্ৰস্তাৱ কৰা নাম ‘মুৰাছু’ তামিল শব্দ। ইয়াৰ অৰ্থ প্ৰাচীন কালৰ এক প্ৰকাৰ বাদ্যযন্ত্ৰ বা ঢোল। ‘মুৰাছু’ নামটো প্রস্তাৱ কৰাৰ কাৰণ হ’ল প্রাচীন কালত এই বাদ্যযন্ত্রটো মানুহৰ মাজলৈ বিভিন্ন তথ্য প্রকাশ কৰিবলৈ আৰু প্রাকৃতিক দুর্যোগ সন্দর্ভত সতর্কবাণী প্রচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল। সেইবাবেই এই নামটো ভাৰতে ঘূৰ্ণীবতাহৰ নাম হিচাপে প্রস্তাৱ কৰিছে বুলি তথ্যত প্ৰকাশ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Murasucyclone
Share4Tweet3Send

Related Posts

Bullet Train : বেংগালুৰুৰ কাৰখানাত নিৰ্মাণ আৰম্ভ দেশৰ প্ৰথমখন বুলেট ট্ৰেইন
National-International

Bullet Train : বেংগালুৰুৰ কাৰখানাত নিৰ্মাণ আৰম্ভ দেশৰ প্ৰথমখন বুলেট ট্ৰেইন

by News Desk
November 2, 2026
50
INDIA rally : ইণ্ডিয়াৰ সমাবেশৰ বাবে বন্ধ ২.৫ লাখ দোকান, লোকচান ১১ হাজাৰ কোটি; বণিক সন্থাৰ দাবী
National-International

INDIA rally : ইণ্ডিয়াৰ সমাবেশৰ বাবে বন্ধ ২.৫ লাখ দোকান, লোকচান ১১ হাজাৰ কোটি; বণিক সন্থাৰ দাবী

by News Desk
November 2, 2026
50
AAP MLA resigns : পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে আপত আঘাত, ঝাড়ু এৰি পদুমত ধৰিলে ৩ বিধায়কে
National-International

AAP MLA resigns : পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে আপত আঘাত, ঝাড়ু এৰি পদুমত ধৰিলে ৩ বিধায়কে

by News Desk
November 2, 2026
50
Rahul Gandhi : নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ
National-International

Rahul Gandhi : নকল সংসদতেই জীৱন কটাব লাগিব, প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয়; ৰাহুল গান্ধীক আক্ৰমণ অমিত শ্বাহৰ

by News Desk
November 2, 2026
50
Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী
National-International

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

by News Desk
October 31, 2026
53
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ
National-International

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

by News Desk
October 31, 2026
51
ADVERTISEMENT
ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন
KARBI ANGLONG

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

November 2, 2026
50
Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল
National-International

Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল

November 2, 2026
50
Bullet Train : বেংগালুৰুৰ কাৰখানাত নিৰ্মাণ আৰম্ভ দেশৰ প্ৰথমখন বুলেট ট্ৰেইন
National-International

Bullet Train : বেংগালুৰুৰ কাৰখানাত নিৰ্মাণ আৰম্ভ দেশৰ প্ৰথমখন বুলেট ট্ৰেইন

November 2, 2026
50
INDIA rally : ইণ্ডিয়াৰ সমাবেশৰ বাবে বন্ধ ২.৫ লাখ দোকান, লোকচান ১১ হাজাৰ কোটি; বণিক সন্থাৰ দাবী
National-International

INDIA rally : ইণ্ডিয়াৰ সমাবেশৰ বাবে বন্ধ ২.৫ লাখ দোকান, লোকচান ১১ হাজাৰ কোটি; বণিক সন্থাৰ দাবী

November 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

November 2, 2026
Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল

Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল

November 2, 2026
Bullet Train : বেংগালুৰুৰ কাৰখানাত নিৰ্মাণ আৰম্ভ দেশৰ প্ৰথমখন বুলেট ট্ৰেইন

Bullet Train : বেংগালুৰুৰ কাৰখানাত নিৰ্মাণ আৰম্ভ দেশৰ প্ৰথমখন বুলেট ট্ৰেইন

November 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d