Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল
দক্ষিণ-পশ্চিম আৰু ইয়াৰ কাষৰ দক্ষিণ-পূব বংগ উপসাগৰৰ গভীৰ চাপ নিৰ্ধাৰিত সময়ৰ পূৰ্বেই দেওবাৰে তীব্ৰতৰ হৈ ঘূৰ্ণীবতাহলৈ পৰিণত হয়। বতৰ বিজ্ঞান ...







