Indian Aire force : পাকিস্তান, চীনৰ যুদ্ধবিমান নিৰীক্ষণৰ বাবে এইবাৰ বায়ুসেনাই লাভ কৰিব ৪৫০ কিলোমিটাৰ দূৰত্বৰ ৰাডাৰ
সামৰিক ভাষাত ইয়াৰ নাম হৈছে ‘৪-ডি লং ৰেঞ্জ ছাৰ্ভিলেন্স ৰাডাৰ’ (4-D long range surveillance radar)। শত্ৰুৰ বিমান আক্ৰমণ ৰোধ (Prevent ...







