Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
মধ্যপ্ৰদেশৰ ভোজশালা (Madhya Pradesh Bhojshala) চৌহদত নহয়, তাৰ কাষতে নামাজ আদায় (Praying Namaz nearby) কৰিব পাৰিব মুছলমানসকলে। মধ্যপ্ৰদেশ চৰকাৰে নামাজ ...







