Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
বুধবাৰে বকলীয়াঘাটত (Bokoliaghat) কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত নিৰ্মিত এখন বিদ্যালয়ৰ ভৱন উদ্বোধন (Inauguration of the school ...







