Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
অভিযান্ত্ৰিকৰ ছাত্ৰ চাহিল ৱাকোদৰ (যাক আৰক্ষীয়ে প্ৰথমে ‘আত্মহত্যা’ বুলি চিনাক্ত কৰিছে) মৃত্যুক লৈ আইআইটি বম্বে কেম্পাছত ক্ৰমাৎ আন্দোলন বৃদ্ধি পাইছে। ...







