Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
সোমবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ বাজেট অধিৱেশন (Budget Session)ৰ মঙলবাৰে সামৰণি পৰে। চেচন ...







