Champions Trophy : পাকিস্তানলৈ নাযায়, নিৰপেক্ষ দেশত চেম্পিয়নছ ট্ৰফী খেলিব টিম ইণ্ডিয়াই
অৱশেষত জল্পনাৰ অন্ত। 'হাইব্ৰিড মডেল'তে (Hybrid Model) হ'ব চেম্পিয়নছ ট্ৰফী (Champions Trophy)। অৰ্থাৎ প্ৰতিযোগিতাখন পাকিস্তানত অনুষ্ঠিত হ'লেও কিন্তু ভাৰতৰ মেচসমূহ ...







