CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ
মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ডিফুৰ কাছা ক্ৰিকেট ষ্টেডিয়াম (Kacha Cricket Stadium, Diphu)ত অনুষ্ঠিত এক চৰকাৰী ...







