Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ
কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত 'নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা' কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ। ডিফু ক্লাবত আয়োজিত সভাত নিচামুক্ত ভাৰত গঢ় ...







