Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা
চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰোধ কৰাৰ বাবে এইবাৰ কঠোৰ পদক্ষেপ ল’বলৈ গৈ আছে কেন্দ্ৰই। স্বাস্থ্য মন্ত্ৰালয়ে খুচুৰা ঔষধৰ বিপণীত ...







